ৰঘুনাথ দাস মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
38 নং শাৰী:
ৰচিলা পয়াৰ ইটো যেন লৈল মতি॥</poem>
 
শংকৰদেৱৰ শিষ্য সতানন্দ বৰভকতৰ প্ৰথম পুত্ৰ জয়কৃষ্ণৰ নাতি হৰিকৃষ্ণই কামৰূপ, নবদ্বীপ আদিত সংস্কৃত পঢ়ি পণ্ডিত হৈ দৈয়াঙৰ [[এলেঙি সত্ৰ]] প্ৰতিষ্ঠা কৰে।কৰিছিল। হৰিকৃষ্ণৰ পুত্ৰ কৃষ্ণনাথ, কৃষ্ণনাথৰ পুত্ৰ ৰঘুনাথ মহন্ত।<ref name="পাতনি">{{cite book | title=ৰঘুনাথ মহন্ত আৰু শিষ্ট বিৰচিত "কথা-ৰামায়ণ"ৰ পাতনি | publisher=শ্ৰীভাৰতী পাব্‌লিছাৰ্চ | author=শৰ্ম্মা, সত্যেন্দ্ৰনাথ | authorlink=সত্যেন্দ্ৰনাথ শৰ্মা | year=১৯৫৮ | location=কলিকতা | pages=১৴৹}}</ref>
 
অসমীয়া সাহিত্যৰ ইতিহাসকাৰ সত্যেন্দ্ৰনাথ শৰ্মাই শংকৰদেৱৰ লগত ৰঘুনাথ মহন্তৰ ব্যৱধান দুশ বছৰৰো অল্পাধিক বুলি মন্তব্য কৰিছে। শেষৰখন ৰচনা কথা ৰামায়ণৰ অযোধ্যাকাণ্ডৰ শেষত – “সমাপ্তোয়ং কাণ্ডংশকে ১৭০৩।।” উল্লেখ থকাৰ পৰা গ্ৰন্থখনৰ ৰচনাৰ শেষ সময়সীমা ১৭০৩ শকত, অৰ্থাৎ ১৭৮১ চন বুলি অনুমান কৰিব পাৰি। তাৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁ ১৭৮১ চনৰ সমসাময়িক সময়লৈকে জীয়াই আছিল।<ref name="পাতনি"/>
 
==সাহিত্যকৃতি==
ৰঘুনাথ মহন্তই তিনিখন গ্ৰন্থ ৰচনা কৰি গৈছে। গ্রন্থগ্ৰন্থ কেইখনত মূলতঃ ৰামৰ কাহিনীৰ আধাৰ ৰচিত। তেওঁৰ তিনিখন গ্ৰন্থৰ ভিতৰত ''শত্রুঞ্জয়শত্ৰুঞ্জয়'' আৰু ''অদ্ভুত ৰামায়ণ'' কাব্যত আনহাতে ''কথা ৰামায়ণ'' গদ্যত ৰচিত।
 
ৰঘুনাথ মহন্তৰ প্রথমপ্ৰথম পুথি "''শত্রুঞ্জয়শত্ৰুঞ্জয়''"। কাব্যখনৰ ৰচনাৰ সময়-চন-তাৰিখ একো পোৱা নাযায়। কিন্তু [[হেমচন্দ্রহেমচন্দ্ৰ গােস্বামীগোস্বামী]]য়ে কাব্যখনিৰ ৰচনাৰ সময় ১৬৬৮ শক অথাৎ ১৭৩৬ চন বুলি অসমীয়া পুথিৰ বিৱৰণাত্মক তালিকা (Descriptive Catalogue of Assamese Manuscripts) নামৰ গ্ৰন্থত উল্লেখ কৰিছে।<ref name="kkh"/> সত্যেন্দ্রনাথসত্যেন্দ্ৰনাথ শৰ্মাইও এই পুথিখন ১৬৬৮ শক অথাৎ ১৭৩৬ চনত সমাপ্ত হৈছিল বুলি মন্তব্য কৰিছে।<ref name="পাতনি"/> ইয়াৰ ছপা সংস্কৰণত দুহেজাৰ এশ ত্রিশটাত্ৰিশটা চাৰি শৰীয়া পদ আছে।
 
ৰঘুনাথ মহন্তৰ দ্বিতীয় পুথি "''অদ্ভুত ৰামায়ণ''"। কাব্যখন ৰচনাৰ সঠিক সময় জ্ঞাত নহয়। [[বিৰিঞ্চি কুমাৰ বৰুৱা]] আৰু নবীন চন্দ্ৰ শৰ্মাৰ মতে শত্ৰুঞ্জয় কাব্য আৰু কথা ৰামায়ণ ৰচনাৰ মাজৰ সময়ছোৱাতে ১৭৩৬ চনৰ পৰা ১৭৭১ চনৰ ভিতৰত এইখন ৰচিত।<ref name="kkh"/>
53 নং শাৰী:
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক সংযোগ==
* অসমীয়া ৱিকিউৎসত [[:as:w:অসমীয়া অদ্ভুত ৰামায়ণ|অদ্ভুত ৰামায়ণ]]ৰ সম্পূৰ্ণ পাঠ
 
[[শ্ৰেণী:অসমীয়া কবি]]