অসম দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
ব্যাখ্যা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{Infobox holiday
|holiday_name = অসম দিৱস
|type = চাওলুং জনাৰ স্মৃতিত উদযাপিত দিৱস
|type = required
|image =
|imagesize =
|caption =
|official_name = চাওলুং চ্যুকাফা দিৱস
|nickname =
|observedby = অসমৰ লোকসকলে
|litcolor =
|longtype =
|significance =
|begins = ২ ডিচেম্বৰ
|ends =
|date = ২ ডিচেম্বৰ
<!-- Use next three if holiday is the same day of the same week every year -->
|week_ordinal = <!-- "first", "second", "last", etc. -->
24 নং শাৰী:
|celebrations =
|observances =
|relatedto = অসম
}}
 
অসম দিৱস বা চাওলুং চুকাফা দিৱস (ইংৰাজী: Assam Day , আহোম: ৱান আচাম/ ৱান মৌঙ দুন চোন খাম) হল অসমৰ পিতৃস্বৰূপ চাওলুং চুকাফাৰ স্মৃতিত তেখেত আৰু আহোমসকল সৌমাৰত উপস্থিত হোৱা দিন ডিচেম্বৰডিচেম্বৰত পালন কৰা এটা তাৰিখটোদিৱস। সমগ্ৰ [[অসম]]বাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে [[চুকাফা|চাওলুং চ্যুকাফা]]ই [[পাটকাই পৰ্বত]] পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।<ref name="খবৰ"> অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref>
 
==অসম দিৱসৰ উৎপত্তি==
"https://as.wikipedia.org/wiki/অসম_দিৱস"ৰ পৰা অনা হৈছে