অসম দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ব্যাখ্যা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
{{Infobox holiday
|holiday_name = অসম দিৱস
|type = [[চাওলুং চুকাফা|চাওলুং জনাৰ]] স্মৃতিত উদযাপিত দিৱস
|image =
|imagesize =
7 নং শাৰী:
|official_name = চাওলুং চ্যুকাফা দিৱস
|nickname =
|observedby = [[অসমৰ জনগোষ্ঠী|অসমৰ লোকসকলে]]
|litcolor =
|longtype =
24 নং শাৰী:
|celebrations =
|observances =
|relatedto = [[অসম]]
}}
 
'''অসম দিৱস''' বা '''চাওলুং চুকাফা দিৱস''' ([[ইংৰাজী]]: ''Assam Day'' , [[আহোম ভাষা|আহোম]]: ''ৱান আচাম / ৱান মৌঙ দুন চোন খাম'') হল অসমৰ পিতৃস্বৰূপ [[চাওলুং চুকাফা|চাওলুং চুকাফাৰ]] স্মৃতিত তেখেত আৰু [[আহোম জনগোষ্ঠী|আহোমসকল]] সৌমাৰত উপস্থিত হোৱা দিন [[২ ডিচেম্বৰ|২ ডিচেম্বৰত]] পালন কৰা এটা দিৱস। সমগ্ৰ [[অসম]]বাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে [[চুকাফা|চাওলুং চ্যুকাফা]]ই [[পাটকাই পৰ্বত]] পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।<ref name="খবৰ"> অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref>
 
==অসম দিৱসৰ উৎপত্তি==
"https://as.wikipedia.org/wiki/অসম_দিৱস"ৰ পৰা অনা হৈছে