আহোম ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বিস্তৃত ভাবে লিখা হৈছে
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
8 নং শাৰী:
|speakers2= পৰম্পৰাগত লোকাচাৰ, ধৰ্মীয় কাৰ্য আদিত ব্যৱহৃত
|ref=e18
|familycolor =কড়াইক্ৰাদাই
|fam2= টাই
|fam3= দক্ষিণ-পশ্চিম (থাই)
16 নং শাৰী:
|glottorefname=Ahom
}}
'''আহোম ভাষা''' অসমৰবা টাই আহোম ভাষা (ইংৰাজী: Ahom language , আহোম: খ্ৱম টাই আহোম) অসম আৰু অৰুণাচলৰ আহোম জনগোষ্ঠীৰ লোকসকলৰলোকসকলে ব্যৱহাৰ কৰা একপ্ৰকাৰৰ টাই-ক্ৰাদাই ভাষা যাৰ লিপি টাই নোৱা সকলৰ পৰা বিকাশ ঘটা বুলি ধৰা ভাষা।হয়। এই ভাষাক দক্ষিণ-পশ্চিম মূলৰ টাই ভাষাসমূহৰ উত্তৰ-পশ্চিমীয়া ভাগ (ত্তাঈ ক্ৰা-দাঈ)ত পেলাব পাৰি। শ্যান আৰু খামটি ভাষাৰ দৰে দক্ষিণ পূব এছিয়াৰ অইন টাই ভাষাসমূহৰ সৈতে আহোম ভাষাৰ নিকটতম সাদৃশ্য থকাৰ লগতে থাই ভাষাৰ সৈতেও ইয়াৰ কিছু মিল দেখা যায়। অসমৰ আহোম শাসকসকল বৃহত্তৰ অসমীয়া জাতিৰ সৈতে মিলি যোৱাৰ ফলত ১৯ শতিকাৰ সময়ছোৱালৈ আহোম ভাষাৰ ঠাইত [[অসমীয়া]]ই কথিত ভাষাৰ স্থান দখল কৰে। ২০০০ চনৰ হিচাপ মতে প্ৰায় ২০০ গৰাকী আহোম পুৰোহিতম'-লৌঙ সম্প্ৰদায়ৰ লোকেহে এই ভাষা জানে আৰু বিভিন্ন পৰম্পৰাগত আচাৰতহেআচাৰত আহোম ভাষাৰ ব্যৱহাৰ কৰা হয়।
বৰ্তমান আহোম ভাষাৰ প্ৰচলন ''বৰ অম্ৰ'' নামেৰে জনাজাত আহোম-অসমীয়া শব্দকোষত [[আহোম সাম্ৰাজ্য]]ত ব্যৱহৃত আহোম ভাষাৰ ৰূপটো সংৰক্ষিত অৱস্থাত আছে। আহোম ভাষা তুলনামূলকভাৱে মনক্ষ্মেৰ আৰু আৰ্য-ভাৰতীয় ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত। ত্ৰয়োদশ শতিকাৰ পৰাই এই ভাষাৰ লেখনৰ পৰম্পৰা আছিল। আহোম ভাষাই অসমৰ একমাত্ৰ ভাষিক লিপি যি স্বাধীনভাৱে উনিকদত স্থান লাভ কৰিবলৈ সক্ষম হৈছে
 
==বৈশিষ্ট্যসমূহ==
"https://as.wikipedia.org/wiki/আহোম_ভাষা"ৰ পৰা অনা হৈছে