ভাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
2 নং শাৰী:
 
 
'''ভাদ''' অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে [[ব'হাগ]], [[জেঠ]], [[আহাৰ]], [[শাওন]], [[ভাদ]], [[আহিন]], [[কাতি]], [[আঘোণ]], [[পুহ]], [[মাঘ]], [[আহিন]] আৰু [[চ'ত]]ৰ অন্যতম।<ref name="assamese-months">{{cite web | url=http://hindupad.com/assamese-months/ | title=Assamese months names}}</ref> ভাদত ৩১ দিন থাকে।<ref name="বৰকটকী">বৰকটকী কোম্পানী, যোৰহাট</ref> এই ভাদ মাহতেই দুই মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]] আৰু [[শ্ৰী শ্ৰী মাধৱদেৱ]]ৰ তিৰোভাৱ তিথি।<ref>{{cite web | url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a89be9ae9f0-9ae9be9b9-9ad9be9a6-9869f09c1-9ac9f09a69f19be-9ac9f09aa9c799f9be/ | title=নামৰ মাহ ভাদ আৰু বৰদোৱা, বৰপেটা | publisher=বিকাশপেডিয়া | accessdate=২০ আগষ্ট ২০১৯ | author=ৰঞ্জিত গোবিন্দ বৰা/}}</ref> [[১ ভাদ]] হ'ল এই মাহৰ প্ৰথম দিন। এই দিনটোৰ পৰাই অসমীয়া মানুহে গুৰু দুজনাক সুঁৱৰি [[নামঘৰ]]ত দৈনিক নাম প্ৰসংগ কৰে।
 
== অন্য পঞ্জিকাত ভাদৰ সমকক্ষ মাহ ==
অসমীয়া পঞ্জিকাত ভাদ মাহ চলি থাকোতে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী|গ্ৰেগৰিয়ান পঞ্জিকা]]ত [[আগষ্ট]] আৰু [[ছেপ্টেম্বৰ]] হয়। ভাদ আগষ্টৰ ১৮ তাৰিখ বা ১৯ আগষ্টত আৰম্ভ হয় আৰু ছেপ্টেম্বৰৰ মধ্যলৈকে থাকে।<ref> name="বৰকটকী কোম্পানী, যোৰহাট<"/ref> ভাদ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত [[শ্ৰাৱন মাহ|শ্রাৱন]] মাহ চলি থাকে।<ref>http://hindupad.com/ name="assamese-months"/</ref>
 
== উৎসৱ পৰ্ব, দিৱস আদি ==
"https://as.wikipedia.org/wiki/ভাদ"ৰ পৰা অনা হৈছে