২৩ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎অন্যান্য: Deleted wrong data about vallabhbhai Patel's deputy prime ministership
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
'''২৩ আগষ্ট'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৩৫ তম ([[অধিবৰ্ষ]]ত ২৩৬ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩০ টা দিন বাকী থাকে। |23|8|235}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
9 নং শাৰী:
# ১৮৬৬ চনৰ আজিৰ দিনটোতে প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়া মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। ইতিহাসত এই চুক্তি প্ৰাগ চুক্তি নামেৰে জনাজাত।
# ১৯৪৮ চনৰ আজিৰ দিনটোতে বিশ্ব গীৰ্জা পৰিষদ গঠন হৈছিল৷
# ১৯৫৯ চনৰ আজিৰ দিনটোতে [[চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহা]]ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে ।কৰে। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যিনৰ্বাহ কৰিছিল ।কৰিছিল।
# ১৯৯১ চনৰ আজিৰ দিনটোতে ছোভিয়েট কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্ৰ ‘‘প্ৰাভডা’’ কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকা ৰূপে প্ৰকাশিত হয়।
 
==দিৱস==
# আজি [[ৰোমানিয়া]]ৰ স্বাধীনতা দিৱস ৷দিৱস।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২৩_আগষ্ট"ৰ পৰা অনা হৈছে