২৫ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''২৫ আগষ্ট'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৩৮ তম ([[অধিবৰ্ষ]]ত ২৩৯ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৮ টা দিন বাকী থাকে। |25|8|237}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
# ১৮৬৬ চনৰ আজিৰ দিনটোতে জীৱবিজ্ঞানী [[টমাছ হাণ্ট মৰ্গান]]ৰ জন্ম হৈছিল। ১৯৩৩ চনত তেওঁ চিকিত্সা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
# ১৮৯৭ চনৰ আজিৰ দিনটোতে মাৰ্কিন ঔপন্যাসিক [[উইলিয়াম ফকনাৰ]]ৰ জন্ম হৈছিল ।হৈছিল।
 
==মৃত্যু==
14 নং শাৰী:
==অনান্য==
# ১৫২৪ চনত আজিৰ দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী [[ভাস্কো ডা-গামা]]ৰ তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমণ ঘটিছিল।
# ১৮৮৮ আজিৰ দিনটোতেই অসমীয়া সাহিত্য বিষয়ক সংগঠন বৰ্তমানৰ অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় [[অসমীয়া ভাষা উন্নতি সাধিনী সভা]]ৰ জন্ম হৈছিল ।হৈছিল।
# ১৯৮৬ চনৰ আজিৰ দিনটোতে কেমেৰুণত হোৱা প্ৰচণ্ড আগ্নেয়গিৰিৰ ফলত ১৫০০ লোকৰ মৃত্যু হয়৷
# ১৯৬৬ চনৰ আজিৰ দিনটোতে মানৱবিহীন মহাকাশযান ‘‘অৰবিটাৰ-১’’ৰ দ্বাৰা প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আলোকচিত্ৰ গ্ৰহণ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিছিল ৷কৰিছিল।
# ১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ পঞ্চম বাৰ্ষিক পৰিকল্পনা চুড়ান্ত ৰূপ পাইছিল ।পাইছিল।
 
==দিৱস==
# আজি [[উৰুগুৱে]]ৰ স্বাধীনতা দিৱস ৷দিৱস।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২৫_আগষ্ট"ৰ পৰা অনা হৈছে