২৭ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''২৭ আগষ্ট'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৪০ তম ([[অধিবৰ্ষ]]ত ২৪১ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৬ টা দিন বাকী থাকে। |27|8|239}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
# ১৯০৮ চনৰ আজিৰ দিনটোতে ক্ৰিকেট খেলুৱৈ [[ছাৰ ডন ব্ৰেডমেন]]ৰ জন্ম হয় ।হয়।
 
==মৃত্যু==
9 নং শাৰী:
 
==অনান্য==
# ১৬০৪ চনৰ আজিৰ দিনটোতে শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয় ।হয়। সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয় ।হয়।
# ১৮৫৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয় ।হয়।
# ১৮৮৩ চনৰ আজিৰ দিনটোতে ক্ৰাকাষ্ট’ৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল ৷হৈছিল।
# ১৯৩৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয় ।হয়।
# ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
# ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।
"https://as.wikipedia.org/wiki/২৭_আগষ্ট"ৰ পৰা অনা হৈছে