২৮ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
'''২৮ আগষ্ট'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৪১ তম ([[অধিবৰ্ষ]]ত ২৪২ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৫ টা দিন বাকী থাকে। |28|8|240}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
# ১৭৪৯ চনৰ আদিৰ দিনটোতে জাৰ্মান সাহিত্যিক [[যোহান উলফেগং ভন গ্যেট]]ৰ জন্ম হয় ।হয়।
# ১৯৯৯ চনৰ আজিৰ দিনটোতেই অসমৰ এজন নৃত্যশিল্পী [[জিতুমণি কলিতা]]ৰ জন্ম হয়। জি. টিভি. (Zee TV)ৰ ৰিয়েলিটী শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰছ, (Dance India Dance Li'l Masters) ২০১০ বৰ্ষৰ চূড়ান্ত বিজয়ী আছিল।
==মৃত্যু==
8 নং শাৰী:
==অন্যান্য==
# ১৭৮৯ চনৰ আজিৰ দিনটোতে উইলিয়াম হাছেলৰ দ্বাৰা শনিৰ গ্ৰহৰ ষষ্ঠটো উপগ্ৰহ এনেচলাডুছ আৱিষ্কাৰ হয়।
# ১৮৩৩ চনৰ আজিৰ দিনটোতে আমেৰিকাত দাস প্ৰথা বিলুপ্তি আইন গৃহীত হয় ৷হয়।
# ১৯৯০ চনৰ আজিৰ দিনটোতে কুৱেইটক ইৰাকৰ ১৯তম প্ৰদেশ ৰূপে ঘোষণা কৰা হয়।
# ১৯০৪ চনৰ আজিৰ দিনটোতে কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয়।
# ১৯১১ চনৰ আজিৰ দিনটোতে এলমাৰ এ স্পেৰিৰদ্বাৰা ‘জাইৰ’ কম্পাছ নিৰ্মাণ হয় ৷হয়।
# ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয় ৷হয়।
# ২০০২ চনৰ আজিৰ দিনটোতে অসমৰ ৰাজ্যপাল ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যপাল এ. কে. সিনহাক মনোনীত কৰা হয় ।হয়।
# ২০০২ চনৰ আজিৰ দিনটোতে দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হয় ।হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/২৮_আগষ্ট"ৰ পৰা অনা হৈছে