২৯ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''২৯ আগষ্ট'''{{আজিৰ দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৪২ তম ([[অধিবৰ্ষ]]ত ২৪৩ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৪ টা দিন বাকী থাকে৷ |29|8|241}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম==
# ১৮৬২ চনৰ এই দিনটোতে বেলজিয়ামৰ কবি, নাট্যকাৰ [[মৰিচ মেটাৰলিংক]]ৰ জন্ম হয় ৷হয়।
# ১৯০২ চনৰ এই দিনটোতে ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ আৰু সাহিত্যিক [[ভেৰিয়া এলউইন]]ৰ জন্ম হৈছিল ৷হৈছিল।
# ১৯১৫ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেত্ৰী [[ইনগ্ৰিড বাৰ্গমেন]]ৰ জন্ম হয় ৷হয়।
 
==মৃত্যু==
# ১৯৯০ চনৰ এই দিনটোতেই অসমীয়া সংগীত জগতৰ এক প্ৰতিভা [[তাৰিকুদ্দিন আহমেদ]]ৰ মৃত্যু দিন ৷দিন।
 
 
==অনান্য==
# ১৮৮২ চনৰ এই দিনটোতে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল ৷কৰিছিল।
# ১৯১০ চনৰ এই দিনটোতে [[কোৰিয়া]] জাপানৰ অধীনলৈ যায় ৷যায়।
# ১৯৪৭ চনৰ এই দিনটোতে [[ভাৰতৰ সংবিধান]]খনৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয় ৷হয়। এই সমিতিখনৰ অধ্যক্ষ আছিল ড০ ভীমৰাও আম্বেদকাৰ৷ উল্লেখ্য যে ১৯৪৮ চনৰ ২১ ফেব্ৰুৱাৰীত এই সংবিধানৰ খচৰা দাখিল কৰা হয় আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানখনক চুড়ান্ত ৰূপ দিয়া হয় যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা এই আমাৰ সংবিধানখন বলৱৎ কৰা হয় আৰু সেইদিনাৰপৰাই এখন গণতান্ত্ৰিক, সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰূপে পৰিগণিত হয় ৷হয়।
# ১৯৭৬ চনৰ এই দিনটোতে বিংশ শতাব্দীৰ অগ্ৰণী জনপ্ৰিয় বাঙালী কবি, সঙ্গীতজ্ঞ, সংগীতস্ৰষ্টা, দাৰ্শনিক, বংগৰ বিদ্ৰোহী কবি নামেৰে খ্যাত [[কাজী নজৰুল ইছলাম]]ৰ মৃত্যু হৈছিল ৷হৈছিল।
# ১৯৮২ চনৰ এই দিনটোতে ১০৯ পৰমাণু ক্ৰমাংকৰ মৌলটো সৃষ্টি কৰা বুলি জাৰ্মান বিজ্ঞানীৰ দল এটাই ঘোষণা কৰিছিল ৷কৰিছিল।
# ১৯৯১ চনৰ এই দিনটোতে ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1Bৰ উৎক্ষেপণ কৰা হয় ৷হয়। ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত এইটো হ’ল পঞ্চম উপগ্ৰহ ৷উপগ্ৰহ।
 
==দিৱস==
"https://as.wikipedia.org/wiki/২৯_আগষ্ট"ৰ পৰা অনা হৈছে