নীলমণি ফুকন (কনিষ্ঠ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{About| সাহিত্যিক নীলমণি ফুকন(কনিষ্ঠ)|বাগ্মীবৰ বা ককা নামেৰে জনাজাত ব্যক্তিজন|নীলমণি ফুকন (জ্যেষ্ঠ)}}
{{ infobox writer
| name = নীলমণি ফুকন (কনিষ্ঠ)
| image = Phookan.jpg
| imagesize = 250px
30 নং শাৰী:
| influences =
| influenced =
| awards = [[সাহিত্য অকাডেমীঅকাদেমি বঁটা]]<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমিঅকাদেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমিঅকাদেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref>, [[পদ্মশ্ৰী]], [[অসম উপত্যকা সাহিত্য বঁটা]]
| signature =
| signature_alt =
36 নং শাৰী:
}}
 
নীলমণি ফুকন (কনিষ্ঠ) [[অসমীয়া ভাষা]]ৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক ৷ তেওঁ [[অসমীয়া]] কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায় ৷ তেখেতৰ উল্লেখযোগ্য কৰ্ম হ'ল ''সূৰ্য হেনো নামি আছেআহে এই নদীয়েদি''', ''কবিতা'', আৰু ''গোলাপী জামুৰ লগ্ন'' ৷
 
''কবিতা'' শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত [[সাহিত্য অকাডেমীঅকাদেমি বঁটা]] প্ৰদান কৰা হয়৷ ১৯৯০ চনত [[ভাৰত]] চৰকাৰে [[পদ্মশ্ৰী]] সন্মানেৰে সন্মানিত কৰে৷ ইয়াৰোপৰি ১৯৯১ চনত [[ছগনলাল জৈন বঁটা]], ১৯৯৭ চনত [[অসম উপত্যকা সাহিত্য বঁটা]] আৰু [[সাহিত্য অকাডেমীঅকাদেমি]]ৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান [[সাহিত্য অকাডেমীৰঅকাদেমিৰ ফেল']] ২০০২ চনত প্ৰদান কৰা হয়৷<ref>জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬</ref> কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' উপাধি প্ৰদান কৰে ৷
 
== প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ==