পুলিৎজাৰ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা
(কোনো পাৰ্থক্য নাই)

06:12, 23 August 2019ৰ সংস্কৰণ

পুলিৎজাৰ বঁটা বাতৰিকাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীতৰ আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা এটি বহুল চৰ্চিত বঁটা। বাতৰি কাকতৰ প্ৰকাশক যোচেফ পুলিৎজাৰৰ স্মৃতিত তথা নিউয়ৰ্ক চহৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰিচালনাৰে ১৯১৭ চনৰ পৰা এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হয়।[1] প্ৰতি বছৰে মুঠ ২১টা ভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হয়। এই ২১টা শিতানত প্ৰত্যেককেই একোখন মানপত্ৰৰ লগত ১৫,০০০ US ডলাৰ প্ৰদান কৰা হয়। ২০১৭ চনৰ পৰা এই ধনৰাশি ১০,০০০ৰ পৰা ১৫,০০০লৈ বৃদ্ধি কৰা হৈছে।[2] সাংবাদিকতাৰ সাৰ্বজনীক সেৱা শ্ৰেণীত শ্ৰেষ্ঠত্ব লাভ কৰা জনক সোণৰ পদকৰে সন্মানিত কৰা হয়।[3][4]

  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; history নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. "Pulitzer Board raises prize award to $15,000". Columbia UniversityThe Pulitzer Prizes. January 3, 2017. http://www.pulitzer.org/news/pulitzer-board-raises-prize-award-15000। আহৰণ কৰা হৈছে: January 13, 2017. 
  3. Topping, Seymour (2008). "Administration". The Pulitzer Prizes. Columbia University. http://www.pulitzer.org/page/administration-prizes। আহৰণ কৰা হৈছে: January 31, 2013.  Updated 2013 by Sig Gissler.
  4. "The Medal". Pulitzer Prizes. http://www.pulitzer.org/theMedal। আহৰণ কৰা হৈছে: January 31, 2013. 
Current: পুলিৎজাৰ বঁটা ২০১৯

Pulitzer prize for public service gold medal (Designed by Daniel Chester French)
বিৱৰণ বাতৰি কাকত আৰু অলনাইন সাংবাদিকতা, সাহিত্য, সংগীতৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতা।
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰদান কৰোঁতা কলম্বিয়া বিশ্ববিদ্যালয়
ৱেবচাইট pulitzer.org