যুগ্ম সংখ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
6 নং শাৰী:
* '''যুগ্ম'''&nbsp;<math>=\{ 2k: k \in \mathbb{Z} \}</math>
* '''অযুগ্ম'''&nbsp;<math>=\{ 2k+1: k \in \mathbb{Z} \}</math>
 
== যুগ্ম আৰু অযুগ্ম হোৱাৰ পাতিগণিতীয় নিয়ম ==
 
=== যোগ আৰু বিয়োগৰ ক্ষেত্ৰত ===
 
* যুগ্ম ± যুগ্ম = যুগ্ম;<ref name="rod2" />
* যুগ্ম ± অযুগ্ম = অযুগ্ম;<ref name="rod2" />
* অযুগ্ম ± অযুগ্ম = যুগ্ম;<ref name="rod2" />
 
=== পূৰণৰ ক্ষেত্ৰত ===
 
* যুগ্ম × যুগ্ম = যুগ্ম;<ref name="rod2" />
* যুগ্ম × অযুগ্ম = যুগ্ম;<ref name="rod2" />
* অযুগ্ম × অযুগ্ম = অযুগ্ম;<ref name="rod2" />
 
=== হৰণৰ ক্ষেত্ৰত ===
হৰণৰ ক্ষেত্ৰত যোগ, বিয়োগ আৰু পূৰণৰ দৰে নিয়ম প্ৰযোজ্য নহ'বও পাৰে। কাৰণ দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায়ে এটা পূৰ্ণ সংখ্যা নহ'বও পাৰে। উদাহৰণ স্বৰূপে- 1÷4 = 1/4, ইয়াত 1/4 কোনো যুগ্ম বা অযুগ্ম সংখ্যা নহয়।<ref>{{citation|title=Notes on Introductory Combinatorics|first1=George|last1=Pólya|author1-link=George Pólya|first2=Robert E.|last2=Tarjan|author2-link=Robert Tarjan|first3=Donald R.|last3=Woods|publisher=Springer|year=2009|isbn=9780817649524|pages=21–22|url=https://books.google.com/books?id=y6KmsI0Icp0C&pg=PA21}}.</ref>
 
<br />