অসম দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
27 নং শাৰী:
}}
 
'''অসম দিৱস''' বা '''চাওলুং চুকাফা দিৱস''' ({{Lang-zh|阿萨姆日}}, [[থাই ভাষা]]:วันอัสสัม , {{Lang-en|Assam Day}}, {{Lang-aho|ৱান আচাম / ৱান মৌঙ দুন চোন খাম}}) হল অসমৰ পিতৃস্বৰূপ [[চাওলুং চুকাফা|চাওলুং চুকাফাৰ]] স্মৃতিত তেখেত আৰু [[আহোম জনগোষ্ঠী|আহোমসকল]] সৌমাৰত উপস্থিত হোৱা দিন [[২ ডিচেম্বৰ|২ ডিচেম্বৰত]] পালন কৰা এটা দিৱস। সমগ্ৰ [[অসম]]বাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে [[চুকাফা|চাওলুং চ্যুকাফা]]ই [[পাটকাই পৰ্বত]] পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।<ref name="খবৰ"> অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১</ref>
 
==অসম দিৱসৰ উৎপত্তি==
"https://as.wikipedia.org/wiki/অসম_দিৱস"ৰ পৰা অনা হৈছে