শিক্ষক দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

42.108.41.129 (আলোচনা)-ই কৰা 203899 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
{{অনুবাদ}}
'''শিক্ষক দিৱস''' ('''Teachers' Days''') বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন। প্ৰখ্যাত শিক্ষাবিদ আৰু পূৰ্বৰ [[ভাৰতৰ ৰাষ্ট্ৰপতি|ৰাষ্ট্ৰপতি]] [[সৰ্বপল্লী ৰাধাকৃষ্ণণ|ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ]]ৰ সোঁৱৰণত [[ভাৰত]]ত তেখেতৰ জন্মৰ তাৰিখ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়।<ref>{{cite web|url=http://timesofindia.indiatimes.com/teachers-day/eventcoverage/9847503.cms |title=Teachers' Day – Honouring Teachers |publisher=Times of India |date= |accessdate=2014-09-04}}</ref> শিক্ষক দিৱস আৰু '[[বিশ্ব শিক্ষক দিৱস]]' একে নহয়; UNESCO-ই আৰম্ভ কৰা পিছৰ দিৱসটো বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হয়।<ref>{{cite web|url=http://www.5oct.org |title=World Teachers’ Day, October 2 |publisher=Unesco.org |date= |accessdate=2014-09-04}}</ref>