বুৰঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

FIX
9 নং শাৰী:
 
আহোম প্ৰশাসনত বুৰঞ্জী প্ৰনয়নৰ এটা সুকীয়া বিভাগ আছিল। পোনতে চিৰিং খেলৰ মানুহে বুৰঞ্জী লিখাৰ কাম কৰিছিল। তেওঁলোকক পৰিচালনাৰ ভাৰ বৰচিৰিং বৰুৱা আৰু চিৰিং ফুকন নামৰ দুজন উচ্চপদস্থ বিষয়াক দিয়া হৈছিল। চিৰিং ফুকনেই প্ৰকৃততে বুৰঞ্জী ৰচনা কৰিছিল। পিছলৈ অসমীয়া ভাষাত লিখা বুৰঞ্জীসমূহৰ নকল কৰিবলৈ লেখাৰু নামৰ এটা খেল নিয়োগ কৰা হৈহিল আৰু লেখকৰ বৰুৱা নামৰ এজন বিষয়াই তেওঁলোকৰ পৰিচালনা কৰিছিল।<ref name="LILA2" /> [[ৰাজেশ্বৰ সিংহ]]ৰ শাসনকালত কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাই নিজৰ বংশ মৰ্যদা সম্পৰ্কে বিসঙ্গতিপূৰ্ণ তথ্য থকা বুলি ৰজাৰ অনুমতি লৈ বহুতো বুৰঞ্জী জ্বলাই নষ্ট কৰে।<ref>Sarkar, J. N. (1992) ''The Buranjis: Ahom and Assamese'' in The Comprehensive History of Assam Vol II (ed H K Barpujari), Publication Board, Assam</ref> তেতিয়াই বুৰঞ্জী লিখোৱাৰ দায়িত্ব বৰবৰুৱালৈ হস্তান্তৰিত হয়।<ref name="LILA2" />
 
 
{| border=0 cellpadding=2 cellspacing=2
| bgcolor=#cccccc | '''নং.'''
| bgcolor=#cccccc | '''পুথি খনৰ নাম'''
| bgcolor=#cccccc | '''লেখক'''
|-
| bgcolor=#DDEEFF | 1
| bgcolor=#DDEEFF | আচাম বুৰঞ্জী
| bgcolor=#DDEEFF | হৰকান্ত বৰুৱা
|-
| bgcolor=#DDEEFF | 2
| bgcolor=#DDEEFF | আচাম বুৰঞ্জী
| bgcolor=#DDEEFF | কাঁশীনাথ তামুলী ফুকন
|-
| bgcolor=#DDEEFF | 3
| bgcolor=#DDEEFF | আহোম বুৰঞ্জী
| bgcolor=#DDEEFF | গোলাপ চন্দ্ৰ বৰুৱা
|-
| bgcolor=#DDEEFF | 4
| bgcolor=#DDEEFF | পুৰণি আচাম বুৰঞ্জী
| bgcolor=#DDEEFF | হেমচন্দ্ৰ গোস্বামী
|-
| bgcolor=#DDEEFF | 5
| bgcolor=#DDEEFF | তুংখুঙীয়া বুৰঞ্জী
| bgcolor=#DDEEFF | সূৰ্য কুমাৰ ভূঞা
|-
| bgcolor=#DDEEFF | 6
| bgcolor=#DDEEFF | ত্ৰিপুৰা বুৰঞ্জী
| bgcolor=#DDEEFF | ৰত্ন কুণ্ডলী আৰু অৰ্জুন দাস , ১৭২৪ চনত
|-
| bgcolor=#DDEEFF | 7
| bgcolor=#DDEEFF | চকৰী ফেঁটী বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা ১৯৯০
|-
| bgcolor=#DDEEFF | 8
| bgcolor=#DDEEFF | অবৌৰঞ্জীক
| bgcolor=#DDEEFF | নগেন হাজৰিকা
|-
| bgcolor=#DDEEFF | 9
| bgcolor=#DDEEFF | অজগৰ বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,১৯৯৬
|-
| bgcolor=#DDEEFF | 10
| bgcolor=#DDEEFF | মাটি ফেঁটী বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা
|-
| bgcolor=#DDEEFF | 11
| bgcolor=#DDEEFF | The Buranjis, Historical Literature of Assam: A Critical Survey
| bgcolor=#DDEEFF |লীলা গগৈ
|-
| bgcolor=#DDEEFF | 12
| bgcolor=#DDEEFF | তুংখুঙীয়া বুৰঞ্জী
| bgcolor=#DDEEFF | শ্ৰীনাথ দুৱৰা বেজবৰুৱা
|-
| bgcolor=#DDEEFF | 13
| bgcolor=#DDEEFF | জীৱন বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,১৯৯০
|-
| bgcolor=#DDEEFF | 14
| bgcolor=#DDEEFF | কাল ফেঁটী বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,১৯৯৩
|-
| bgcolor=#DDEEFF | 15
| bgcolor=#DDEEFF | আহোম সভাৰ খুচুৰা বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,১৯৯৪
|-
| bgcolor=#DDEEFF | 16
| bgcolor=#DDEEFF | আহোমৰ সংস্কৃতিৰ বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,১৯৯৬
|-
| bgcolor=#DDEEFF | 17
| bgcolor=#DDEEFF | মকৰাজাল বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,১৯৯৬
|-
| bgcolor=#DDEEFF | 18
| bgcolor=#DDEEFF | কাৰ্শলা বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,১৯৯৯
|-
| bgcolor=#DDEEFF | 19
| bgcolor=#DDEEFF | বিভিন্ন ধৰ্মৰ বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,২০০২
|-
| bgcolor=#DDEEFF | 20
| bgcolor=#DDEEFF | তে তে বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,২০০৩
|-
| bgcolor=#DDEEFF | 21
| bgcolor=#DDEEFF | নগণ্য বুৰঞ্জী
| bgcolor=#DDEEFF | নগেন হাজৰিকা,২০০৮
|}
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/বুৰঞ্জী"ৰ পৰা অনা হৈছে