হাইপ'থেলামাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
 
13 নং শাৰী:
}}
 
'''হাইপ'থেলামাছ''' প্ৰমস্তিষ্কৰ [[ডায়েনচেফালন]]ৰ তলৰ অংশ। অসংখ্য [[স্নায়ুস্ৰাৱী কোষ]] বা নিউক্লিয়াইৰ জৰিয়তে ই দেহৰ বহু কাম নিয়ন্ত্ৰণ কৰে। [[পিটুইটেৰী গ্ৰন্থি]]ৰ জৰিয়তে [[স্নায়ু তন্ত্ৰ]]ক [[অন্তঃস্ৰাৱী তন্ত্ৰ]]ৰ লগত সংযোগ কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। [[থেলামাছ]]ৰ তলত অৱস্থিত হাইপ'থেলামাছ [[লিম্বিক প্ৰণালী]]ৰ অংশ।<ref>{{Cite web|url=http://webspace.ship.edu/cgboer/limbicsystem.html|title=The Emotional Nervous System|last=Dr. Boeree|first=C. George|website=The Limbic System|access-date=2016-04-18}}</ref> সকলো [[মেৰুদণ্ডী প্ৰাণী]]ৰ মগজুত হাইপ'থেলামাছ থাকে। মানুহৰ ক্ষেত্ৰত ইয়াৰ আকাৰ এটা বাদামৰ সমান। [[স্বয়ংক্ৰিয়অনৈচ্ছিক স্নায়ু তন্ত্ৰ]]ৰ বহু জৈৱিক প্ৰক্ৰিয়াতো ই অংশ লয়। ইয়াৰ নিউক্লিয়াইবোৰে তৈয়াৰ কৰা [[বিমোচন হৰম'ন]] (releasing hormone) আৰু নিৰোধক হৰম'নবোৰে (Inhibiting hormone) [[অগ্ৰ পিটুইটেৰী]] গ্ৰন্থিৰ হৰম'নত প্ৰভাৱ পেলায়। এইবোৰ এক্সন আৰু আৰু নিবাহিকা পৰিবাহী তন্ত্ৰৰ সহায়ত পিটুইটেৰী গ্ৰন্থিলৈ যায়। আনহাতে হাইপ'থেলামাছত উৎপন্ন হোৱা [[অক্সিট'চিন]] আৰু [[ভেছ'প্ৰেছিন]] নামৰ দুবিধ হৰম'ন এক্সনেৰে পোনে পোনে [[পশ্চাৎ পিটুইটেৰী]]লৈ যায় আৰু প্ৰয়োজনসাপেক্ষে তাৰ পৰা ক্ষৰিত হয়।<ref name=williams>{{cite book|last1=Melmed|first1=S|last2=Polonsky|first2=KS|last3=Larsen|first3=PR|last4=Kronenberg|first4=HM|title=Williams Textbook of Endocrinology|date=2011|publisher=Saunders|pages=107|isbn=978-1437703245|edition=12th}}</ref>
 
হাইপ'থেলামাছে [[তাপ নিয়ন্ত্ৰণ|শৰীৰৰ তাপ]], [[ক্ষুধা]], [[পিয়াহ]], [[টোপনি]], [[ছন্দঃপূৰ্ণ চক্ৰ]] (circadian rythm) আৰু নানা আচৰণ নিয়ন্ত্ৰণ কৰে।<ref>{{cite web|url=https://www.cancer.gov/publications/dictionaries/cancer-terms|title=NCI Dictionary of Cancer Terms|author=|date=|website=National Cancer Institute}}</ref>