অতিবেঙুনীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা অতিবেঙুনীয়া ৰশ্মিৰ পৰা অতিবেঙুনীয়ালৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: আন ৱিকিৰ লগত মিলাই
No edit summary
7 নং শাৰী:
|width1 = 110
|image2 = Pipefitter welder kutzo.jpg
|caption2 = বৈদ্যুতিক আৰ্কেৰেও অতিবেঙুনীয়া বিকিৰণ উৎপন্ন কৰিব পাৰি। চকু আৰু ছালৰ ক্ষতি ৰোধ কৰিবলৈ আৰ্ক ৱেল্ডাৰসকলে সাৱধানতা ল'ব লাগিব।
|caption2 = UV radiation is also produced by [[electric arc]]s. [[Arc welder]]s must wear [[eye protection]] and cover their skin to prevent [[photokeratitis]] and serious [[sunburn]].
|width2 = 240
|footer =
}}
'''অতিবেঙুনীয়া''' ('''Ultraviolet''' বা '''UV''') ১০&nbsp;nm নেন'মিটাৰৰ পৰ পৰা ৪০০&nbsp;nm নেন'মিটাৰ [[তৰংগদৈৰ্ঘ্য]]ৰ এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ। এই দৈৰ্ঘ্য দৃশ্যমান পোহৰতকৈ চুটি, কিন্তু [[ৰঞ্জন ৰশ্মি]]তকৈ দীঘল। [[ৰ'দ]]ত থকা অতিবেঙুনীয়া বিকিৰণ [[সূৰ্য্য]]ৰ পৰা অহা মুঠ বিদ্যুৎ-চুম্বকীয় বিকিৰণৰ প্ৰায় ১০%। পৃথিৱীৰ দৃশ্যমান বৰ্ণালীৰ আটাইতকৈ চুটি তৰংগ বেঙুনীয়াৰ সীমাৰ পাছতে ছুটি বিদুৎ চুম্বকীয় তৰংগ অতিবেঙুনী আৰম্ভ হৈ দীঘল ৰঞ্জন ৰশ্মিৰ অঞ্চললৈকে বিস্তৃত হৈ আছে। এই বিস্তৃত অতিবেঙুনী অঞ্চলক ভাগ কৰা হৈছে- (১) নিকট অতিবেঙুনী অঞ্চল (৪০০-৩০০ nm), (২) দূৰ অতিবেঙুনী অঞ্চল (৩০০-২০০ nm), (৩) চৰম অতিবেঙুনী অঞ্চল (২০০-১২২ nm)ৰ ভিতৰত।<ref>http://www.britannica.com/EBchecked/topic/613529/ultraviolet-radiation</ref>ইয়াক [[বৈদ্যুতিক আৰ্ক]] আৰু বিশেষ চাকি যেনে কাৰ্কাৰি-ভেপাৰ চাকি, টেনিং চাকি আৰু [[ক'লা পোহৰ]]ৰেও প্ৰস্তুত কৰিব পাৰি। অতিবেঙুনীয়া ৰশ্মিয়ে [[পৰমাণু]]ক আয়নন (Ionization) কৰিব নোৱাৰে, কিন্তু [[ৰাসায়নিক বিক্ৰিয়া]] কৰি বহু বস্তুক উজ্বলাই ([[প্ৰতিপ্ৰভা]]) তুলিব পাৰে। সেইবাবে অতিবেঙুনীয়া ৰশ্মিৰ ৰাসায়নিক আৰু জৈৱিক প্ৰভাৱ কেৱল তাপ প্ৰভাৱতকৈ বেছি।
 
ছাল বেছিকৈ অতিবেঙুনীৰ সংস্পৰ্শলৈ আহিলে ৰ'দে ক'লা কৰা (Suntan) আৰু ৰ'দে পোৰা (sunburn)ৰ দৰে ঘটনা হয়। ই [[ছালৰ কৰ্কট]]ৰ আশংকাও বঢ়ায়। পৃথিৱীৰ বায়ুমণ্ডলে সুৰক্ষা নিদিয়া হ'লে সূৰ্যৰ অতিবেঙুনী ৰশ্মিয়ে জীৱসমূহৰ বাৰুকৈ ক্ষতি কৰিব।<ref>{{cite web|url=http://missionscience.nasa.gov/ems/10_ultravioletwaves.html|title=Reference Solar Spectral Irradiance: Air Mass 1.5|accessdate=2009-11-12|deadurl=yes|archiveurl=https://web.archive.org/web/20110127004149/http://missionscience.nasa.gov/ems/10_ultravioletwaves.html|archivedate=27 January 2011|df=dmy-all}}</ref> বেছি শক্তিৰ, চুটি তৰংগদৈৰ্ঘ্যৰ (১২১&nbsp;nm তকৈ কম) "বিষম" অতিবেঙুনীয়ে বায়ুক ইমানেই আয়'নাইজ কৰে যে মাটি পোৱাৰ আগতেই ই শোষিত হয়।<ref>{{cite journal |last=Haigh |first=Joanna D. . |date=2007 |title=The Sun and the Earth's Climate: Absorption of solar spectral radiation by the atmosphere |journal=Living Reviews in Solar Physics |volume=4 |issue=2 |pages=2 |url=http://solarphysics.livingreviews.org/open?pubNo=lrsp-2007-2&amp;page=articlesu8.html |accessdate=July 12, 2014 |doi=10.12942/lrsp-2007-2 |bibcode=2007LRSP....4....2H |deadurl=no |archiveurl=https://web.archive.org/web/20160304050402/http://solarphysics.livingreviews.org/open?pubNo=lrsp-2007-2&page=articlesu8.html |archivedate=4 March 2016 |df=dmy-all }}</ref>
17 নং শাৰী:
 
সাধাৰণ মানুহৰ [[চকু]]ৱে ৪০০ nm তকৈ কম তৰংগদৈৰ্ঘ্যৰ পোহৰ দেখা নাপায়, সেইবাবে অতিবেঙুনী আমাৰ বাবে অদৃশ্য। পতংগ, চৰাই আৰু কিছুমান স্তন্যপায়ীয়ে এনে ৰশ্মি দেখা পায়।
 
== প্ৰকাৰ ==
অতিবেঙুণী পোহৰৰ বিদ্যুতচুম্বকীয় ফলনৰ দৈৰ্ঘ্য আৰু নিকটবৰ্তী দৈৰ্ঘ্যৰ ভিত্তিত ইয়াক কেইবাটাও ভাগত ভাগ কৰা হৈছে৷<ref>{{cite web | title = ISO 21348 Definitions of Solar Irradiance Spectral Categories | url = http://www.spacewx.com/pdf/SET_21348_2004.pdf | deadurl = no | archiveurl = https://web.archive.org/web/20131029233428/http://www.spacewx.com/pdf/SET_21348_2004.pdf | archivedate = 29 October 2013 | df = dmy-all }}</ref>
 
{| class="wikitable" style="margin: 2em auto; text-align: center" width="90%"
|-
!নাম
!সংক্ষিপ্তকৰণ
! তৰংগদৈৰ্ঘ্য <br><span style="font-size:85%">(নেন'মিটাৰত)</span>
!শক্তি, প্ৰতি ফ'টনত<br><span style="font-size:85%">(ইলেক্ট্ৰনভল্টত)</span>
!অন্যান্য নাম/টোকা
|-
!দৃশ্যমান পোহৰ
|VIS
|৭৬০ – ৩৮০ nm
|১.৬৩ – ৩.২৬ eV
|
|-
! অতিবেঙুনী
|UV
|৪০০– ১০০nm
|৩.১০– ১২.৪ eV
|
|-
| অতিবেঙুনী A
|UVA
|৪০০ – ৩১৫ nm
|৩.১০ – ৩.৯৪ eV
|দৈৰ্ঘ্য তৰংগ
|-
| অতিবেঙুনী B
|UVB
|৩১৫– ২৮০ nm
|৩.৯৪ – ৪.৪৩ eV
|মধ্যমীয়া তৰংগ
|-
| অতিবেঙুনী C
|UVC
|২৮০ – ১০০ nm
|৪.৪৩– ১২.৪ eV
|হস্ৰ তৰংগ
|-
|নিকট বেঙুনী
|NUV
|৪০০ – ৩০০ nm
|৩.১০ – ৪.১৩ eV
|চৰাই, মাছ, কীট আদিৰ বাবে দৃশ্যমান
|-
|মধ্যৱৰ্তী বেঙুনী
|MUV
|৩০০ – ২০০ nm
|৪.১৩ – ৬.২০ eV
|
|-
|দূৰ বেঙুনী
|FUV
|২০০ – ১২২ nm
|৬.২০ – ১০.১৬ eV
|
|-
|হাইড্ৰ'জেন লাইমান-আলফা
|H Lyman-α
|১২২ – ১২১ nm
|১০.১৬– ১০.২৫ eV
|
|-
|অতি বেঙুনী
|EUV
| ১২১ – ১০ nm
|১০.২৫ – ১২৪ eV
|
|-
|ভেকুৱাম বেঙুনী
|VUV
|২০০ – ১০ nm
|৬.২০ – ১২৪ eV
|
|-
![[ৰঞ্জন ৰশ্মি]]
|
|১০ – ০.০০১ nm
|১২৪ eV – ১.২৪ MeV
|
|-
|নৰম এক্স ৰে
| XUV
|১০ – ০.১ nm
|১২৪ eV – ১২.৪ keV
|এক্স ৰে অতিবেঙুণী
|-
|কঠিন এক্স ৰে
|
|০.১ – ০.০০১ nm
|১২.৪ keV – ১.২৪ MeV
|
|}
 
==ব্যৱহাৰ==
Line 31 ⟶ 127:
*''300–365 নেন'মিটাৰ'': পলিমাৰ আৰু ছপা চিঞাহীৰ সংস্কাৰ
*''350–370 নেন'মিটাৰ'': পতংগ নাশক যন্ত্ৰ (মাখি ৩৬৫ নেন'মিটাৰ পোহৰৰ প্ৰতি সৰ্বাধিক আকৰ্ষিত হয়)।<ref>{{cite web |url=http://www.pestproducts.com/uv_light.htm |title=Ultraviolet Light, UV Rays, What is Ultraviolet, UV Light Bulbs, Fly Trap |publisher=Pestproducts.com |accessdate=2011-11-08 |deadurl=no |archiveurl=https://web.archive.org/web/20111008084125/http://www.pestproducts.com/uv_light.htm |archivedate=8 October 2011 |df=dmy-all }}</ref>
 
==অপকাৰিতা==
অতিবেঙুণী তৰংগৰ সৈতে সংশ্লিষ্ট পৰিঘটনাবোৰ হ'ল- জৈৱিক প্ৰক্ৰিয়া আৰু ইয়াৰ প্ৰয়োগ, অনুপ্ৰভাৰ সৃষ্টি বা বিশিষ্ট শোষণৰ দ্বাৰা ৰাসায়নিক বিশ্লেষণ। অতিবেঙুণী ৰশ্মিৰ প্ৰভাৱত চালৰ [[কৰ্কট ৰোগ]] হ'ব পাৰে। ৰ'দত গাৰ ছাল ক'লা হোৱাৰ কাৰণো সূৰ্যৰ বিকীৰণৰ অতিবেঙুণী তৰংগৰ দ্বাৰা হোৱা মেলানিনৰ সৃষ্টি (Pigmentation)। অতিবেঙুণী ৰশ্মি চকুৰ বাবে হানিকাৰক।
 
==তথ্যসূত্ৰ==