আৰ্নেষ্ট হেমিংৱে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা আৰ্ণেষ্ট হেমিংৱেৰ পৰা আৰ্নেষ্ট হেমিংৱেলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: ণ>ন
No edit summary
1 নং শাৰী:
{{Infobox writer <!-- for more information see [[:Template:Infobox Writer/doc]] --> <!-- Please do not modify the infobox!!! -->
|name = আৰ্ণেষ্টআৰ্নেষ্ট হেমিংৱে
|image = ErnestHemingway.jpg
|caption = ১৯৩৯ চনত আৰ্ণেষ্টআৰ্নেষ্ট হেমিংৱে
|birth_date = {{Birth date|1899|7|21}}
|birth_place = অ’ক পাৰ্ক, [[ইলিনই]], [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
9 নং শাৰী:
|awards = {{nowrap|[[পুলিৎজাৰ বঁটা]] (১৯৫৩) <br /> [[ন'বেল বঁটা বিজয়ী (সাহিত্য)|সাহিত্যৰ]] [[ন'বেল বঁটা]] (১৯৫৪)}}
}}
'''আৰ্ণেষ্টআৰ্নেষ্ট হেমিংৱে''' এগৰাকী আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটি গল্প লেখক আৰু খেলুৱৈ। [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ ইলিনই প্ৰদেশৰ অ’ক পাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল।<ref name="Reynolds pp 17-18">Reynolds (2000), 17–18</ref> শৈশৱ কালছোৱাত হেমিংৱেই অধিক সময় কান্ধত বন্দুকটো লৈ হাবিয়ে বননিয়ে আৰু কেতিয়াবা ডাঙৰ মাছ বিছাৰি হ্ৰদ এটাত নাওঁ বায় কটাইছিল। মাথোন ১৬ বছৰ বয়সতে তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। ডিপ্লমা লোৱাৰ আগতেই তেওঁ সেনাবাহিনীত যোগ দিব বিচাৰিছিল। কিন্তু বাওঁ চকুটো বেয়া হোৱা বাবে তেওঁক সেনাবাহিনীত ভৰ্তি হবলৈ দিয়া নহল। কিন্তু পৰৱৰ্তী সময়ত এজন সাংবাদিক বন্ধুৰ সহায়ত তেওঁ সেনাবাহিনীত সোমায়।
 
১৯২৩ চনত হেমিংৱেৰ প্ৰথম গ্ৰন্থ ''Three Stories and Ten Poems'' নামৰ এক চুটি গল্প সংকলন প্ৰকাশিত পায়।<ref>Oliver, Charles. (1999). ''Ernest Hemingway A to Z: The Essential Reference to the Life and Work''. New York: Checkmark Publishing. ISBN 978-0-8160-3467-3. p. 324</ref> প্ৰথম অৱস্থাত হেমিংৱেই গল্প লিখি আলোচনীলৈ পঠিয়ালেও সেইবোৰ প্ৰকাশ হোৱা নাছিল। পৰৱৰ্তী সময়ত এইজন লিখকেই ১৯৫২ চনত বিশ্ব সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস ''[[দ্য অ'ল্ড মেন এণ্ড দ্য ছী]]'' ৰচনা কৰি উলিয়াই।<ref name="Time">{{cite journal |author=The Editors |title=From Ernest Hemingway to the Editors of Life |date=25 August 1952 |journal=Life |publisher=Time Inc |volume=33 |issue=8 |page=124 |issn=0024-3019 |url=https://books.google.com/books?id=g1YEAAAAMBAJ&pg=PA124 |quote=Hemingway's work is a 27,000-word novel called ''The Old Man and the Sea''.}}</ref> এইখনে উপন্যাসে লাভ কৰা বিশ্বজুৰা জনপ্ৰিয়তা লাভ কৰে। ১৯৫৪ চনত এই উপন্যাসখনৰ বাবেই তেখেতে লাভ কৰে সাহিত্যৰ [[ন'বেল বঁটা]]।