১২ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
# ‘আৱাহন"আৱাহন যুগৰ অসমীয়া গল্পকাৰ [[দীননাথ শৰ্মা]]ৰ জন্ম হৈছিল ১৯১৪ চনৰ আজিৰ দিনটোতে ৷দিনটোতে।
# ১৯৮৩ চনৰ আজিৰ দিনটোতে [[ব্ৰজনাথ শৰ্মা]]ক তেজপুৰৰ 'অনামিকা যুৱ শিল্পী সমাজ'ৰ দ্বাৰা আনুষ্ঠানিক 'অভিনয়াচাৰ্য' অভিধা প্ৰদান কৰা হয় ৷হয়।
# আজিৰ দিনটোতে ১৩৯৮ চনত তুৰ্কী অভিযানকাৰী টাইমূৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰততে লুণ্ঠন চলায়।
# আজিৰ দিনটোতে ১৯৫৯ চনত ৰাছিয়ই প্ৰথম মহাকাশযান উৎক্ষেপণ কৰে চন্দ্ৰলৈ।
# চন্দ্ৰ অভিমুখে ৰাছিয়াৰ অনুসন্ধানী যান লুনা-১৬ৰ উৎক্ষেপণ কৰে। প্ৰথমবাৰৰ বাবে চন্দ্ৰত সফলভাৱে অৱতৰণ কৰি তাৰপৰা চন্দ্ৰশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়ি্য়াই।কঢ়িয়াই।
# ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু পেণ্টাগনত কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰে ২০০১ চনৰ আজিৰ দিনটোতে।
# প্ৰসিদ্ধ বাংলাবঙালী সাহিত্যিক [[বিভূতিভূষণ বন্দোপাধ্যায়বন্দ্যোপাধ্যায়]]ৰ জন্ম হয় ১৮৯৪ চনৰ আজিৰ দিনটোতে। তেওঁৰ প্ৰসিদ্ধ উপন্যাস হ’ল ‘পথেৰ পাঁচালি’।
# লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল হয় ১৭৮৬ চনৰ আজিৰ দিনটোতে।
# ১৮৯৭ চনৰ আজিৰ দিনটোতে ফৰাচীফৰাছী বিজ্ঞানী [[ইৰেন জোলিঅ কুৰী]]ৰ জন্ম হয়। ১৯৩৫ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ [[ন'বেল বঁটা|নোবেল বঁটা]] লাভ কৰিছিল।
# ১৯১৩ চনৰ এই দিনটোতে ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ অন্যতম মহান এথ্‌লিট জেছি অ'ৱেন্সৰ জন্ম হৈছিল।
 
{{Months}}
[[শ্ৰেণী:ছেপ্টেম্বৰ]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]