কোণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
টেগ্‌: ২০১৭ উৎস সম্পাদনা
20 নং শাৰী:
পৰস্পৰ বিপৰীত দুটি ৰশ্মিৰ মধ্যবৰ্তী কোণকে এক সৰলকোণ বোলা হয়। এই কোণৰ পৰিমাপ ডিগ্ৰী এককত ১৮০° বা π ৰেডিয়ান বা {{sfrac|১|২}} পাকৰ সৈতে সমান জোখৰ কোণ।
[[File:Angle obtuse acute straight.svg|thumb|right|300px|সূক্ষ্মকোণ(<var>a</var>), স্থূলকোণ (<var>b</var>), আৰু সৰলকোণ (<var>c</var>)।]]
দুটাকোণৰ যোগফল ১৮০° হ'লে কোণ দুটাক পৰিপূৰকসম্পূৰক কোণ বুলি কোৱা হয়। য'দি দুটা পৰিপূৰককোণৰ শীৰ্ষবিন্দু একেটাই হয় তেনেক্ষেত্ৰত ইহঁতৰ সাধাৰণ বাহুটোক বাদ দিলে আন দুটা বাহু মিলি এডাল সৰলৰেখাৰ সৃষ্টি হয় আৰু এই বাহু যোৰক কোণৰ ৰৈখিকযোৰ বুলি কোৱা হয়।{{sfn|Jacobs|1974|p=97}}
 
[[File:Angle acute.png|alt=|thumb|সূক্ষ্ম কোণ]]
 
===সূক্ষ্ম কোণ===
সূক্ষ্ম মানে হৈছে সৰু বা ক্ষুদ্ৰ। এক সমকোণ বা ৯০° ত কৈ সৰু যিকোনো এটা কোণকে সূক্ষ্ম কোণ বুলি কোৱা হয়। সূক্ষ্ম কোণবোৰৰ মান ০ ৰ পৰা ৯০ৰ ভিতৰত থাকে। তিনিটা সূক্ষ্ম কোণৰ দ্বাৰা তৈয়াৰী ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়।<ref name="Acute">{{cite web | url=https://www.splashmath.com/math-vocabulary/geometry/acute-angle | title=Acute Angle - Definition with Examples | accessdate=12-09-2019}}</ref> এটা ত্ৰিভুৰ নিন্মতম দুটা কোণৰ মান- সূক্ষ্ম কোণ। দুটা পৰিপূৰক কোণৰ ক্ষেত্ৰত য'দি এটা কোণ স্থূলকোণ হয় তেন্তে আনটো কোণ এটা সূক্ষ্মকোণ হ'ব।<ref name="Acute"/>
"https://as.wikipedia.org/wiki/কোণ"ৰ পৰা অনা হৈছে