কোণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
8 নং শাৰী:
[[Image:Right angle.svg|thumb|134px|কোণৰ ৯০° মাপক এক সমকোণ বুলি কোৱা হয়।]]
[[Image:Perpendicular-coloured.svg|right|thumb|AB ৰেখাখণ্ডই CD ৰেখাখণ্ডৰ সৈতে দুটা সমকোণৰ সৃষ্টি কৰিছে।]]
এডাল সৰলৰেখাই আন এডাল সৰলৰেখাৰ ওপৰত উলম্ব হৈ যি কোণ উৎপন্ন কৰে তাকে সমকোণ বোলে। এই সমকোণৰ মাপ ৯০°। <ref>{{cite web|title=Right Angle|url=http://www.mathopenref.com/angleright.html|website=Math Open Reference|accessdate=26 April 2017}}</ref> এই মানক এক সমকোণ বুলি কোৱা হয়। ই এটা সম্পূৰ্ণ পাকৰ এক-চতুৰ্থাংশৰ সমান।<ref>Wentworth p. 11</ref> যদি এডাল ৰশ্মিৰ প্ৰান্তবিন্দুটো এডাল ৰেখাৰ ওপৰত থাকে আৰু ৰশ্মি ডালে ৰেখাডালত সৃষ্টি কৰা সন্নিহিত কোণ দুটাৰ মান সমান হয় তেন্তে উক্ত কোণ দুটা সমকোণ হ'ব।<ref>Wentworth p. 8</ref> এটা সমকোণী [[ত্ৰিভুজ]]ৰ ক্ষেত্ৰত ত্ৰিভুজটোৰ সমকোণটোৱেই ত্ৰিভুজটো চিনাক্তকৰণৰ মূল চাবিকাঠি।<ref>Wentworth p. 40</ref> দুটা কোণৰ যোগফল ৯০° বা এক সমকোণ হ'লে এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয়।
এক সমকোণক বিভিন্ন এককত প্ৰকাশ কৰিব পাৰি-
* {{sfrac|১|৪}} [[turn (geometry)|পাক]]
"https://as.wikipedia.org/wiki/কোণ"ৰ পৰা অনা হৈছে