কোণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
25 নং শাৰী:
 
===সূক্ষ্ম কোণ===
সূক্ষ্ম মানে হৈছে সৰু বা ক্ষুদ্ৰ। এক সমকোণ বা ৯০° ত কৈ সৰু যিকোনো এটা কোণকে সূক্ষ্ম কোণ বুলি কোৱা হয়। সূক্ষ্ম কোণবোৰৰ মান ০ ৰ পৰা ৯০ৰ ভিতৰত থাকে। তিনিটা সূক্ষ্ম কোণৰ দ্বাৰা তৈয়াৰী ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়।<ref name="Acute">{{cite web | url=https://www.splashmath.com/math-vocabulary/geometry/acute-angle | title=Acute Angle - Definition with Examples | accessdate=12-09-2019}}</ref> এটা ত্ৰিভুৰ নিন্মতম দুটা কোণৰ মান- সূক্ষ্ম কোণ। দুটা সম্পূৰক কোণৰ ক্ষেত্ৰত য'দি এটা কোণ স্থূলকোণ হয় তেন্তে আনটো কোণ এটা সূক্ষ্মকোণ হ'ব।<ref name="Acute"/> আকৌ পূৰক কোণৰ ক্ষেত্ৰত দুয়োটা কোণ সদায়ে সূক্ষ্ম কোণ।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/কোণ"ৰ পৰা অনা হৈছে