"কোণ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1,376 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
===সূক্ষ্ম কোণ===
সূক্ষ্ম মানে হৈছে সৰু বা ক্ষুদ্ৰ। এক সমকোণ বা ৯০° ত কৈ সৰু যিকোনো এটা কোণকে সূক্ষ্ম কোণ বুলি কোৱা হয়। সূক্ষ্ম কোণবোৰৰ মান ০ ৰ পৰা ৯০ৰ ভিতৰত থাকে। তিনিটা সূক্ষ্ম কোণৰ দ্বাৰা তৈয়াৰী ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়।<ref name="Acute">{{cite web | url=https://www.splashmath.com/math-vocabulary/geometry/acute-angle | title=Acute Angle - Definition with Examples | accessdate=12-09-2019}}</ref> এটা ত্ৰিভুৰ নিন্মতম দুটা কোণৰ মান- সূক্ষ্ম কোণ। দুটা সম্পূৰক কোণৰ ক্ষেত্ৰত য'দি এটা কোণ স্থূলকোণ হয় তেন্তে আনটো কোণ এটা সূক্ষ্মকোণ হ'ব।<ref name="Acute"/> আকৌ পূৰক কোণৰ ক্ষেত্ৰত দুয়োটা কোণ সদায়ে সূক্ষ্ম কোণ।
===স্থূল কোণ===
[[Image:obtuse angle.png|250px|thumb|right|স্থূল কোণ]]
ডিগ্ৰী এককৰ হিচাপত স্থূলকোণ বুলিলে সেই সমূহ কোণক বুজা যায়, যি সমূহৰ মান ৯০° আৰু ১৮০°ৰ ভিতৰত থাকে। অৰ্থাৎ ৯০°ত কৈ ডাঙৰ কিন্তু ১৮০°ত কৈ সৰু।<ref>https://www.mathsisfun.com/obtuse.html</ref> <ref>https://www.mathopenref.com/angleobtuse.html</ref> যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ, তাকে স্থূলকোণী ত্ৰিভূজ বোলে। স্থূল কোণী ত্ৰিভুজৰ আন দুটা কোণ সদায়ে সূক্ষ্মকোণ হ'ব। এটা সামন্তৰিকৰ এযোৰ বিপৰীত কোণ স্থূলকোণ অৱশ্যে [[আয়ত ক্ষেত্ৰ]], [[বৰ্গ ক্ষেত্ৰ]] এইক্ষেত্ৰত ব্যতিক্ৰম। আকৌ এটা সাধাৰণ [[ষষ্ঠভূজ]]ৰ প্ৰতিটো কোণেই একো একোটা স্থূল কোন।<ref>https://www.splashmath.com/math-vocabulary/geometry/obtuse-angle</ref>
 
==তথ্য সংগ্ৰহ==
1,903

টা সম্পাদনা