কোণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
28 নং শাৰী:
===স্থূল কোণ===
[[Image:obtuse angle.png|250px|thumb|right|স্থূল কোণ]]
ডিগ্ৰী এককৰ হিচাপত স্থূলকোণ বুলিলে সেই সমূহ কোণক বুজা যায়, যি সমূহৰ মান ৯০° আৰু ১৮০°ৰ ভিতৰত থাকে। অৰ্থাৎ ৯০°ত কৈ ডাঙৰ কিন্তু ১৮০°ত কৈ সৰু।<ref>https://www.mathsisfun.com/obtuse.html</ref> <ref>https://www.mathopenref.com/angleobtuse.html</ref> যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ, তাকে স্থূলকোণী ত্ৰিভূজ বোলে। স্থূল কোণী ত্ৰিভুজৰ আন দুটা কোণ সদায়ে সূক্ষ্মকোণ হ'ব। এটা সামন্তৰিকৰ এযোৰ বিপৰীত কোণ স্থূলকোণস্থূলকোণ। অৱশ্যে [[আয়তক্ষেত্ৰ]], [[বৰ্গক্ষেত্ৰ]] এইক্ষেত্ৰত ব্যতিক্ৰম। আকৌ এটা সাধাৰণ [[ষষ্ঠভূজ]]ৰ প্ৰতিটো কোণেই একো একোটা স্থূল কোন।<ref>https://www.splashmath.com/math-vocabulary/geometry/obtuse-angle</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/কোণ"ৰ পৰা অনা হৈছে