১৭ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''১৭ ছেপ্টেম্বৰ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৬০ তম ([[অধিবৰ্ষ]]ত ২৬১ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৫ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-:
 
==জন্ম==
#* ১৯৮৬১৮২৬ চনৰ আজিৰএই দিনটোতে ভাৰতীয়জাৰ্মান ক্ৰিকেটাৰগণিতজ্ঞ [[ৰবিচন্দ্ৰনবাৰ্নহাৰ্ড অশ্বিনৰিমান]]ৰ জন্ম হৈছিল।
#* ১৯৫০ চনৰ আজিৰএই দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী [[নৰেন্দ্ৰ মোদী]]ৰ জন্ম হৈছিল।
* ১৯৫১ চনৰ এই দিনটোত অসমৰ কণ্ঠশিল্পী [[চাৰু গোহাঁই]]ৰ জন্ম হৈছিল।
* ১৯৮৬ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ [[ৰবিচন্দ্ৰন অশ্বিন]]ৰ জন্ম হৈছিল।
 
==মৃত্যু==
* ২০১৮ চনত এই দিনটোতে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে প্ৰথম গৰাকী মহিলা [[আন্না ৰাজম মলহোত্ৰা]] মৃত্যু হয় (জন্ম: ১৯২৭)।
 
==অন্যান্য==
 
==বাহ্যিক সংযোগ==