লেছবিয়ান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
35 নং শাৰী:
*[http://www.edgeboston.com/index.php?ch=news&sc=local&sc3=&id=123278 87% Increase in Same-Sex Nevada Households Since 2000]
*[http://www.necn.com/07/14/11/Gay-lesbian-households-increase-in-Okla/landing_politics.html?&apID=aebfe9933c274365a694d062894d773c 2010 Census indicates increase among same-sex homeowners in Oklahoma]
*[http://www.wnyc.org/blogs/wnyc-news-blog/2011/jul/15/spike-number-same-sex-couples-city/ Spike In Number of City's Same-Sex Couples]</ref> মূল মনস্তাত্ত্বিক গঠনৰ দিশৰ পৰা এই সম্পৰ্ক সমূহ বিপৰীতকামী সম্পৰ্কৰ সমান।<ref name=amici /> সমকামী সম্পৰ্ক আৰু কাৰ্যকলাপ ঠাই ভেদে শাস্তি আৰু নিন্দা - উভয়ৰ নিদৰ্শন আছে, কেওল প্ৰকাশৰ ভংগীমা আৰু সংশ্লিষ্ট সংস্কৃতিজনিত তাৰতম্য দেখা যায়।<ref name=psych2010>[http://healthyminds.org/More-Info-For/GayLesbianBisexuals.aspx Sexual Orientation]. ''American Psychiatric Association''.</ref> ঊনবিংশ শতিকাৰ শেষভাগৰ পৰা সমকামী সকলৰ অধিকাৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে বিশ্বব্যাপী আন্দোলন আৰম্ভ হৈছে। এই অধিকাৰ সমূহৰ ভিতৰত প্ৰধান হল সমলৈংগীক বিবাহ, এলজিবিটি দত্তক গ্ৰহণ আৰু এলজিবিটি সন্তানপালন, কৰ্মক্ষেত্ৰত বৈষম্যবিৰোধী আইন আৰু সমানাধিকাৰ, যৌন অভিমুখীতা আৰু সামৰিক পৰিষেবা, স্বাস্থ্য পৰিষেবাত সমানাধিকাৰ, আৰু অপ্ৰাপ্তবয়স্ক সমকামীসকলৰ নিৰাপত্তাৰ স্বাৰ্থত এণ্টি-বুলিং আইন প্ৰণয়ন ইত্যাদি।
 
==স্বীকৃৰ্তি আৰু আইন==
"https://as.wikipedia.org/wiki/লেছবিয়ান"ৰ পৰা অনা হৈছে