গুলজাৰিলাল নন্দা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Use dmy dates|date=December 2012}} {{Infobox Officeholder | image = Gulzarilal Nanda.jpg | alt = | caption = | image_size = 180px |of...
 
No edit summary
34 নং শাৰী:
|}}
 
'''গুলজাৰিলাল নন্দা''' {{en|Gulzarilal Nanda|৪ জুলাই ১৮৯৮ – ১৫ জানুৱাৰী ১৯৯৮}}<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/15nan.htm |title=Rediff On The NeT: Former PM Gulzarilal Nanda dead |publisher=Rediff.com |date= |accessdate=2015-05-25}}</ref><ref>{{cite book|author=Disha Experts |title=General Awareness for SSC Exams - CGL/ CHSL/ MTS/ GD Constable/ Stenographer |url=https://books.google.com/books?id=NrctDwAAQBAJ&pg=SL2-PA90 |date=10 July 2017 |publisher=Disha Publications |isbn=978-93-86323-29-3 |pages=2–}}</ref> আছিল ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ৷ ১৯৬৪ চনত [[জৱাহৰলাল নেহৰু]] আৰু ১৯৬৬ চনত লালবাহাদুৰ[[লাল শাস্ত্ৰীৰবাহাদুৰ শাস্ত্ৰী]]ৰ মৃত্যুৰ বাবে তেখেত দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধান মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। [[ভাৰতীয় জাতীয় কংগ্ৰেছৰকংগ্ৰেছ]]ৰ দ্বাৰা নিৰ্বাচিত নতুন প্ৰধান মন্ত্ৰীৰ কাৰ্যকালৰ জৰিয়তে তে‍ঁওৰ দুয়োটা কাৰ্যকালৰ অন্ত পৰিছিল। ১৯৯৭ চনত তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান [[ভাৰত ৰত্ন]] প্ৰদান কৰা হৈছিল।
==তথ্য সংগ্ৰহ==
{{Reflist}}