আহোম ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
<br>খ্ৱম টাই আহোম
|script = আহোম লিপি
|nativename=খ্ৱম টাই আহোম
|states = [[অসম]],
|region = [[অসম]],[[অৰুণাচল]]
|ethnicity=[[আহোম জনগোষ্ঠী]]
|extinct =
|speakers2= পৰম্পৰাগত লোকাচাৰ, ধৰ্মীয় কাৰ্য আদিত ব্যৱহৃত
|ref=e18
17 নং শাৰী:
|glottorefname=Ahom
}}
'''টাই আহোম ভাষা''' বা '''খ্ৱম টাই আহোম ভাষা''' ([[চীনা ভাষা]]:傣 阿洪 语言,[[থাই ভাষা]]:ภาษา ไทอาหม [[ইংৰাজী]]: Ahom language , [[আহোম ভাষা|আহোম]]: খ্ৱম টাই আহোম) [[অসম]] আৰু [[অৰুণাচল প্ৰদেশ|অৰুণাচলৰ]] [[আহোম জনগোষ্ঠী|আহোম জনগোষ্ঠীৰ]] লোকসকলে ব্যৱহাৰ কৰা একপ্ৰকাৰৰ টাই-ক্ৰাদাই ভাষা যাৰ লিপি টাই নোৱা সকলৰ পৰা বিকাশ ঘটা বুলি ধৰা হয়। এই ভাষাক দক্ষিণ-পশ্চিম মূলৰ টাই ভাষাসমূহৰ উত্তৰ-পশ্চিমীয়া ভাগ (ত্টাই ক্ৰা-দাঈ)ত পেলাব পাৰি। শ্যান আৰু খামটি ভাষাৰ দৰে দক্ষিণ পূব এছিয়াৰ অইন টাই ভাষাসমূহৰ সৈতে আহোম ভাষাৰ নিকটতম সাদৃশ্য থকাৰ লগতে থাই ভাষাৰ সৈতেও ইয়াৰ কিছু মিল দেখা যায়।
 
==বৈশিষ্ট্যসমূহ==
"https://as.wikipedia.org/wiki/আহোম_ভাষা"ৰ পৰা অনা হৈছে