অসমৰ জাতীয় গীত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা অসমৰ জাতীয় সংগীতৰ পৰা অসমৰ জাতীয় গীতলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুদ্ধ
No edit summary
28 নং শাৰী:
অ' মোৰ মৰমৰ দেশ!" <br /><ref name="কদম-কলি">{{cite book | title=কদম-কলি | publisher=সাহিত্য প্ৰকাশ | author=লক্ষীনাথ বেজবৰুৱা | authorlink=মোৰ দেশ | year=১৮৩৫ শক, ১লা ভাদ | location=লৰেল্‌চ, হাওড়া}}</ref>
 
অংশছোৱা জাতীয় সঙ্গীতটিত অন্তৰ্ভূক্ত কৰাৰ পৰা বিৰত থাকে। গীতটিৰ স্বকীয় বৈশিষ্টতা, গভীৰ জাতীয় প্ৰেম তথা স্বদেশ প্ৰেম আৰু জাতীয় পৰ্যায়ত সৰ্বজনৰ মনোগ্ৰাহী হ'ব পৰা গুণসম্পন্ন হোৱাৰ বাবে বিভিন্ন সময়ত ভালেকেইজন সঙ্গীতজ্ঞ সুৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈ একাধিক সুৰকাৰে সুৰাৰোপিত কৰি গীতটিক এটি জাতীয় সঙ্গীতৰ স্বীকৃতি পাব পৰা গীত ৰূপে উপস্থাপন কৰে। অসমৰ অনেকজন সুৰকাৰে বিভিন্ন সময়ত এই গীতটিক সুৰেৰে সজাই তোলে আৰু গীতটিৰ ভাবাৰ্থই, অসম মাতৃক প্ৰতিনিধিত্ব কৰিব পৰা গুণৰ অধিকাৰী ৰূপে বিবেচিত হৈ কালৰ কোনো এক মাহেন্দ্ৰক্ষণত এই গীতটি অসমৰ 'জাতীয় সঙ্গীত' ৰূপে স্বীকৃতি লাভ কৰে। তৎমুহূৰ্তৰ পৰা গীতটিয়ে পূৰ্বৰ পৰিচয় 'মোৰ দেশ'ৰ ঠাইত 'অ' মোৰ আপোনাৰ দেশ' ৰূপে পৰিচিত হৈ প্ৰসাৰতা লাভ কৰে।<ref name=হাজৰিকা>অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' গীতৰ শতবৰ্ষ উপলক্ষে অসম সাহিত্য সভাৰ একসপ্ততিতম দেৰগাঁও অধিৱেশনৰ প্ৰথম দিনৰ বিশেষ সাংস্কৃতিক সমাৰোহৰ উদ্বোধনী ভাষণ, সূৰ্য্য হাজৰিকা ১ ফেব্ৰুৱাৰী ২০১১ চন</ref>
 
==গীতটিৰ সুৰ দিয়াৰ সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ মত==
38 নং শাৰী:
'বাঁহী' ত প্ৰকাশিত, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বন্ধুপ্ৰতিম, 'বনফুল'ৰ কবি [[যতীন্দ্ৰনাথ দুৱৰা]]ৰ পৰা লোৱা তথ্যৰ ওপৰত ভিত্তি কৰি শিৱপ্ৰসাদ বৰুৱাদেৱে যুগুতাই উলিওৱা বক্তব্যৰ কিছু অংশ উল্লেখ কৰা হ'ল। এই তথ্যখিনি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ভতিজা মাধৱা বেজবৰুৱাই সম্পাদনা কৰা 'বাঁহি'ৰ ২৭শ বছৰ পঞ্চম সংখ্যা, ৪৯২ শঙ্কৰাব্দৰ কাতি মাহত প্ৰকাশ হৈছিল।
 
<i>অসমৰ জাতীয় সঙ্গীত: বেজবৰুৱাৰ অমৰ সঙ্গীত "অ' মোৰ আপোনাৰ দেশ"ক আমি অসমীয়া জাতিৰ জাতীয় সঙ্গীত বুলিছোঁ। যেনেকৈ "বন্দেমাতৰম্‍বন্দেমাতৰম্" ভাৰতৰ জাতীয় সঙ্গীত, Rule Britannia" ইংৰাজসকলৰ, সেইদৰে অসমত বেজবৰুৱাৰ অমৰ সঙ্গীত "অ মোৰ আপোনাৰ দেশ"ৰ নিচিনা অসমীয়াৰ হাড়ে হিমজুৱে অনুভৱ কৰা গীতটিৰ বাহিৰে, আন আন গীত আমি মানি লবলৈ টান পাওঁ।
 
---"দুৱৰা দেৱৰ (যতীন্দ্ৰনাথ দুৱৰা) মুখৰ পৰা থাউকতে "অ' মোৰ আপোনাৰ দেশ"ৰ বিষয়ে দুবছৰৰ আগতে (১৯৩০ চন) এইদৰে শুনিছিলোঁ। "অ' মোৰ আপোনাৰ দেশ" প্ৰথম বছৰ, ৭ম সংখ্যা বাঁহীৰ ২১২ পিঠিত ছপা হৈছিল। প্ৰথমতে এই গীতটো ডিব্ৰুগড়ৰ জৰ্জ স্কুলৰ উদ্বোধনী সভাত গোৱা হৈছিল। সুৰ বান্ধিছিল সেই স্কুলৰ শিক্ষক শ্ৰীযুক্ত তাৰাপ্ৰসাদ চক্ৰৱৰ্তী মহাশয়ে। তেখেত এতিয়া বঙ্গদেশৰ খুলনা হাইস্কুলৰ শিক্ষক। পিছত সেই সুৰেৰেই ডিব্ৰুগড়ৰ "বেৰি হোৱাইট মেডিকেল স্কুল"ৰ ছাত্ৰই সিবিলাকৰ বাৰ্ষিক উৎসৱত গায়। ডিব্ৰুগড়ত বহা অসম সাহিত্য সভাতো এই গীত গোৱা হৈছিল। এইবাৰ কিন্তু বেলেগ সুৰ হ'ল। সুৰ-শিল্পী প্ৰফুল্লচন্দ্ৰ বৰুৱাদেৱে সুৰ দিয়ে। এই সুৰটো ভালেদিন চলিছিল। ...... পিছত কমলাপ্ৰসাদ আগৰৱালা বি.এল. দেৱে বান্ধি দিয়া সুৰকে ৰাইজে গাই স্বস্তি লাভ কৰিছে। এই সুৰকে "ৰেকৰ্ড"তো দিয়া হ'ল। ইয়াৰ পৰা ডাঠি কব পাৰি যে "অ' মোৰ আপোনাৰ দেশ"ৰ উৎপত্তি বা সাজসজ্জাৰ ৰূপ ডিব্ৰুগড়তেই।
 
এয়াই হৈছে বেজবৰুৱাদেৱৰ চিৰবাঞ্ছিত অমৰ সঙ্গীত "অ' মোৰ আপোনাৰ দেশ"ৰ উৎপত্তি। প্ৰথমে ডিবুৰুতে এই গীতৰ ধ্বনি উঠি লুইতৰ ঠৌত খলকনি তুলি অসমৰ ইমূৰৰপৰা সিমূৰলৈকে বিয়পাই দিলে। য'ত সেই মেদিণীমন্ত্ৰৰ প্ৰথম উচ্চাৰণ আৰু যি মন্ত্ৰে গোটেই আকাশ মণ্ডল তোলপাৰ লগাইছিল-- সেই "অ' মোএ আপোনাৰ দেশ"ৰ জন্মদাতা সব্যসাচী বেজবৰুৱাৰ অসমৰ ইমূৰীয়া ডিবুৰূতে শেষ নি:শ্বাস পেলালে! বোধকৰো বেজবৰুৱাৰ চিৰবাঞ্ছিত "অ' মোৰ" ধ্বনিয়ে সেইদিনা শেষ নি:শ্বাসক পবিত্ৰ কৰিছিল, গৰিমাময়ী কৰি তুলিছিল।</i><ref>অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' গীতৰ শতবৰ্ষ উপলক্ষে [[অসম সাহিত্য সভা]]ৰ একসপ্ততিতম দেৰগাঁও অধিৱেশনৰ প্ৰথম দিনৰ বিশেষ সাংস্কৃতিক সমাৰোহৰ উদ্বোধনী ভাষণ, সূৰ্য্য name=হাজৰিকা ১ ফেব্ৰুৱাৰী ২০১১ চন</ref>
 
===অতুলচন্দ্ৰ হাজৰিকাৰ মত===
 
এই গীতটোৰ সুৰ দিয়া ব্যক্তি সম্পৰ্কত [[অসম সাহিত্য সভৰসভা]]ৰ প্ৰক্তন সভাপতি, সহিত্যাচাৰ্য্য [[অতুল চন্দ্ৰ হাজৰিকাদেৱেহাজৰিকা]]দেৱে প্ৰণয়ন কৰা 'মঞ্চলেখা' নামৰ গ্ৰণ্ঠতগ্ৰন্থত গীতিকাৰ, কবি পাৰ্বতি[[পাৰ্ৱতি প্ৰসাদ বৰুৱাইবৰুৱা]]ই কোৱা কথা উল্লেখ কৰিছে এই বুলি,
 
<i> --- মই বন্ধত ঘৰত থাকোঁতে বেজবৰুৱা ডাঙৰীয়াৰ "অ' মোৰ আপোনাৰ দেশ" গীতটো দেউতাই মোক সুৰ দিবলৈ ক'লে। মই সেই গীতটো সুৰ দি গালত দেউতাই বৰ ভাল পালে আৰু প্ৰায়েই গাবলৈ আৰু ভাই-ভনী কেইটাক শিকাবলৈ ক'লে। সাহিত্য সভাৰ সভাপতি হৈ আহোঁতে তেখেতক পুৰণি কাৰ্জন হ'লত (বৰ্তমান কটন কলেজ লাইব্ৰেৰী) সম্বৰ্ধনা জনোৱা হৈছিল। বেজবৰুৱা ডাঙৰীয়াই সুৰটো শুনি বৰ ভাল পালে আৰু তেখেতৰ জীয়াৰী শ্ৰীযুতা ৰত্নাৱলী আইদেৱে সুৰটো শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে।
 
এই গীতটি পিছত তেজপুৰত দেশভক্ত [[তৰুণৰাম ফুকনৰফুকন]]ৰ সভাপতিত্বত বহা অসম ছত্ৰ সন্মিলনৰ অধিৱেশনত অসমীয়া জাতীয় সনঙ্গীতৰূপে পোনপ্ৰথমে গোৱা হয়। অৱশ্যে সেই সুৰ মই আগতে দিয়া সুৰৰ পৰা সুকীয়া। মোৰ গীত ৰচনা আৰু সুৰসৃষ্টী গুৱাহাটী আৰু কলিকতাতো সণ্ঢালনিকৈ চলিবলৈ ধৰে আৰু ইয়াৰ পিছতো কৰ্মক্ষেত্ৰত এৰাধৰাকৈ চলে। (পৃষ্ঠা নং ১৯০-১৯১) </i><ref>অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' গীতৰ শতবৰ্ষ উপলক্ষে অসম সাহিত্য সভাৰ একসপ্ততিতম দেৰগাঁও অধিৱেশনৰ প্ৰথম দিনৰ বিশেষ সাংস্কৃতিক সমাৰোহৰ উদ্বোধনী ভাষণ, সূৰ্য্য name=হাজৰিকা ১ ফেব্ৰুৱাৰী ২০১১ চন</ref>
 
[[File:Notation of O mor aponaar dekh.jpg|thumb|right|অ' মোৰ আপোনাৰ দেশ গীতটোৰ স্বৰলিপি]]
 
===ইন্দ্ৰেস্বৰইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ মত===
অসমৰ অন্যতম এজন সাংস্কৃতিকঅভিনেতা, সাধকৰনাট্যকাৰ জীৱনকালত[[ইন্দ্ৰেশ্বৰ কৰি থৈ যোৱা কৰমৰাজিৰবৰঠাকুৰ]]ৰ বিশ্লেষণেৰেৰচনাৰাজীৰে প্ৰকাশিত 'ইন্দ্ৰেস্বৰইন্দ্ৰেশ্বৰ বৰঠাকুৰ ৰচনাৱলী' নামৰ গ্ৰন্থৰ পতনিতপাতনিত সম্পাদক ডা:° অনিল ৰঞ্জন বৰঠাকুৰে নিজৰ পিতৃ ইন্দ্ৰেস্বৰ[[ইন্দ্ৰেশ্বৰ বৰঠাকুৰদেৱেবৰঠাকুৰ]]দেৱে কোৱা কথা উল্লেখ কৰি কৈছে,
 
<i>----- ইন্দ্ৰেস্বৰ বৰঠাকুৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ 'ধাতু' ভালদৰে জানি ১৯১৮ চন মানৰ পৰা যোৰহাটৰ বেপ্তিষ্ট্‍ মিছন স্কুলৰ Rev. Bogg চাহাবৰ লগত কাম কৰি থাকোঁতে পাশ্চাত্য সঙ্গীত চৰ্চা কৰিবলৈ আৰাম্ভ কৰে। ১৯২৬ চনৰ পৰা তেজপুৰৰ স্কুলত শিক্ষা বিভাগত কাম কৰি থাকোঁতে কৈবাজনো সঙ্গীতানুৰাগীক তেওঁ লগ পায়। সেই সকলৰ সৈতে পাশ্চাত্য সঙ্গীতৰ প্ৰায়বোৰ বাদ্যযন্ত্ৰ গোটাই লৈ নিয়মীয়াকৈ পাশ্চাত্য সঙ্গীত অধ্যয়ন কৰি থাকে। ..এই প্ৰসঙ্গত ১৯২৭ চনত তেজপুৰত পতা 'স্কাউট জাম্বুৰী' (Scout Jamboree) অৰ্থাৎ স্কাউট শিক্ষাৰ প্ৰশিক্ষণালয় আৰুজাম্বুৰীখনৰ অসম ছাত্ৰ সন্মিলনৰ বছাৰেকীয়া অধিবেশনৰ কথা এটা উল্লেখ কৰা উচিত হ'ব বুলি ভাবোঁ। সাহিত্যাৰথীসাহিত্যৰথী বেজবৰুৱাদেৱে তেওঁক 'ডেকা ল'ৰা' বুলি মাতিছিল। জাম্বুৰীখনত 'মোৰ দেশ' বুলি বেজবৰুৱাদেৱে লিখা গীতটি ধুনীয়া ইংৰাজী সুৰেৰে গোৱাবলৈ তেজপুৰৰ সনঙ্গীতানুৰাগীসকলে ইচ্ছা প্ৰকাশ কৰাত 'ডেকা ল'ৰা'ই তেখেতৰ অনুমতি বিছাৰিবিচাৰি চিঠি এখন দিলে। য'থাযথা সময়ত গীতটিৰ শেষৰ 'ৰা-তা-তা তা-ৰা-ৰা' পদ ফাকি বাদ দি গোৱাবলৈ অনুমতিও পালে। সকলোৱে তাৰপাছত কোৱা মেলা কৰি গীতটি ধুনীয়া ইংৰাজী সুৰেৰে জাম্বুৰীত আৰু পিছত ছাত্ৰ সন্মিলনত গোৱালে। এই গীতটি এনেদৰে গোওৱাত [[প্ৰফুল্ল চন্দ্ৰ বৰুৱা]], [[বিষ্ণুপ্ৰসাদ ৰাভা]], [[কমলাপ্ৰসাদ আগৰৱালা]] আৰু [[কুমুদ শৰ্ম্মা]] আদি শিল্পীসকল জড়িত আছিল। বৰঠাকুৰে আমাক কোৱা মতে সেই সময়ৰ স্কুল ইন্স্পেক্টৰইন্সপেক্টৰ Mr. Small এওঁ হেনো ইংৰাজী সুৰ দিয়াৰ কথা কোৱা মেলাত ভাগ লৈছিল আৰু গীতৰ সামৰণিৰ সুৰটো কেনে ধৰণেৰে Low Pitch অত শেষ কৰিলে শ্ৰুতি মধুৰ হ'ব তাৰো পৰামৰ্শ আগবঢ়াইছিল। গীতটি শুনি শ্ৰোতাসকল বিস্ময় আৰু আনন্দত বিভোৰ হ'ল। তাৰ পাচতেই অসম সাহিত্য সভাই 'অ' মোৰ আপোনাৰ দেশ' নামেৰে গীতটিক অসমৰ জাতীয় সঙ্গীত বুলি গ্ৰহণ কৰিলে। (পৃষ্ঠা নং ২৬)</i><ref name="rachanawali">অসমৰ{{cite জাতীয়web সংগীত| 'অ'url=https://archive.org/details/in.ernet.dli.2015.452906/page/n35 মোৰ| আপোনাৰtitle=শিল্পীৰ দেশ'সৃষ্টি- গীতৰইন্দ্ৰেশ্বৰ শতবৰ্ষবৰঠাকুৰ উপলক্ষেৰচনাৱলী অসম| সাহিত্যpublisher=ইন্দ্ৰেশ্বৰ সভাৰবৰঠাকুৰ একসপ্ততিতমস্মৃতি দেৰগাঁওন্যাস অধিৱেশনৰ| প্ৰথমdate=১৯৯৮ দিনৰ| বিশেষaccessdate=১০ সাংস্কৃতিকজুন সমাৰোহৰ২০১৯ উদ্বোধনী| ভাষণauthor=বৰঠাকুৰ, সূৰ্য্যঅনিল হাজৰিকাৰঞ্জন (সম্পা.) ফেব্ৰুৱাৰী| ২০১১ চনpages=০.৩৩-০.৩৫}}</ref>
 
==বৰ্তমান পৰিৱেশন কৰা গীতটো==
82 নং শাৰী:
==অসম সংগীতৰ চৰকাৰী স্বীকৃতি==
২০১৩ চনৰ নৱেম্বৰ মাহত এই গীত সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হয়। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোলাঘাটৰ অৰূপ বল্লভ গোস্বামী নামৰ এজন ব্যক্তিয়ে জনোৱা আবেদনৰ ভিত্তিত এই তথ্য পোহৰলৈ আহে যে, "অ' মোৰ আপোনাৰ দেশ"ক চৰকাৰীভাৱে জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাছিল। এই তথ্য প্ৰকাশ হোৱাৰ পিছত অসম চৰকাৰে এই গীতটিক চৰকাৰীভাৱে 'ৰাজ্যিক জাতীয় সংগীত'ৰ মৰ্যাদা দিবলৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰে।<ref name="reco1">{{cite web | url=http://amarasom.glpublications.in/Details.aspx?id=15680&boxid=122349609 | title=আমাৰ অসম ই পেপাৰ | accessdate=19 নৱেম্বৰ 2013}}</ref><ref name="reco2">{{cite web | url=http://www.thehindu.com/news/national/other-states/bezbaroas-song-is-anthem-of-assam/article5365395.ece?homepage=true | title=Bezbaroa’s song is anthem of Assam (The Hindu) | publisher=The Hindu | accessdate=19 নৱেম্বৰ 2013}}</ref><ref name="reco3">{{cite web | url=http://economictimes.indiatimes.com/news/politics-and-nation/assam-to-adopt-o-mur-apunar-dexas-state-anthem/articleshow/25997815.cms | title=Assam to adopt 'O Mur Apunar Dex'as state anthem | publisher=The Economic Times | accessdate=19 নৱেম্বৰ 2013}}</ref>
<ref name="assamtribune">{{cite web | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=nov1913/at094 | title=দ্য আসাম ট্ৰিবিউন | accessdate=19 নৱেম্বৰ 2013}}</ref> ২০১৩ চনৰ ১৫ ডিচেম্বৰত অনুষ্ঠিত অসম চৰকাৰৰ এখন কেবিনেট বৈঠকে "অ' মোৰ আপোনাৰ দেশ"ক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰে। <ref name="আমাৰ অসম, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি">{{cite web | url=http://amarasom.glpublications.in/Details.aspx?id=16012&boxid=12155625 | title=আমাৰ অসম, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি | accessdate=ডিচেম্বৰ 16, 2013}}</ref> <ref name="আমাৰ অসম, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি">{{cite web | url=http://amarasom.glpublications.in/Details.aspx?id=16022&boxid=114814531 | title=আমাৰ অসম, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি | accessdate=ডিচেম্বৰ 16, 2013}}</ref> <ref name="দৈনিক অসম, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি">{{cite web | url=http://www.assamtribune.com/scripts/displaypage.asp?id=dec1613,1,75,354,840,576 | title=দৈনিক অসম, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি | accessdate=ডিচেম্বৰ 16, 2013}}</ref> <ref name="অসমীয়া প্ৰতিদিন, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি">{{cite web | url=http://anax1b.pressmart.net/asomiya/PUBLICATIONS/AS/AS/2013/12/16/ArticleHtmls/16122013001029.shtml?Mode=1 | title=অসমীয়া প্ৰতিদিন, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি | accessdate=ডিচেম্বৰ 16, 2013}}</ref> <ref name="অসমীয়া প্ৰতিদিন, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি">{{cite web | url=http://anax1b.pressmart.net/asomiya/PUBLICATIONS/AS/AS/2013/12/16/ArticleHtmls/16122013010012.shtml?Mode=1 | title=অসমীয়া প্ৰতিদিন, অসম সংগীতলৈ আনুষ্ঠানিক স্বীকৃতি | accessdate=ডিচেম্বৰ 16, 2013}}</ref>
 
==তথ্য সংগ্ৰহ==