২৩ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
# চেকোশ্লোবাকিয়াৰ যশস্বী কবি ইয়াৰোশ্লাভ ছাইফাৰ্টৰ জন্ম হয় ১৯০১ চনৰ আজিৰ দিনটোতে। তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে। উল্লেখ্য যে তেৱেই চেকোশ্লোভাকিয়াৰ প্ৰথম ব্যক্য়ি যিজনে নোবেল লাভ কৰিছিল।
# ছোভিয়েট ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক বোমা বিষ্ফোৰণ হয় ১৯৪৯ চনৰ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ১৯৭২ চনত বিশিষ্ট কবি [[পাবলো নেৰুডাৰনেৰুদা]]ৰ মৃত্যু হয় । তেওঁৰ প্ৰকৃত নাম আছিল কেফতালিনেফটালি ৰিকাৰ্ডোৰিকাৰ্ড' ৰেইছৰেইচ বাছোৱালটো।বাচ'লাট'।
# গোটেই বছৰৰ দিন আৰু ৰাতি সমান হয় আজিৰ এই দিনটোত।
# ১৮৬২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনীতিবিদ শ্ৰীনিৱাস শাস্ত্ৰীৰ জন্ম হয়।