১১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''১১ ছেপ্টেম্বৰ''' {{enwikiআজিৰ দিনটো|11 September|9|254}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৫৪ তম ([[অধিবৰ্ষ]]ত ২৫৫ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১২ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম ==
10 নং শাৰী:
 
==অনান্য==
# ১৮৯৩ চনৰ আজি দিনটোতে [[স্বামী বিবেকানন্দ]]ই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল ।কৰিছিল।
# ১৯৭৮ চনত [[ইৰাণ]]ত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল আজিৰ দিনটোতে ৷দিনটোতে।
# ২০০১ চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত [[নিউয়ৰ্ক]]ৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয় ।হয়।
 
== বাহ্যিক সংযোগ ==