সম্পাদনা সাৰংশ নাই
SlowPhoton (আলোচনা | বৰঙণি) (added Category:ইংৰাজী বৰ্ষপঞ্জীৰ দিন using HotCat) |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
{{আজিৰ দিনটো|30|9|273}}
# ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকিশত হয় ১৯৪৬ চনৰ আজিৰ দিনটোত। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে ।▼
== ঘটনাৱলী ==
# অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকাৰ মৃত্যু হয় ১৯৯৭ চনৰ আজিৰ দিনটোতে ৷▼
▲# ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকিশত হয় ১৯৪৬ চনৰ আজিৰ দিনটোত। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট
# মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে ১৬৮৭ চনৰ আজিৰ দিনটোতে ।▼
# ১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে ।▼
# ১৯৯৯ চনৰ আজিৰ দিনটোতে ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয় ।▼
# আজিৰ দিনটোতে ১৯১৭ চনত ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয় ।▼
▲# ১৯৯৯ চনৰ আজিৰ দিনটোতে ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ
# ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা ৷▼
▲# ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয়
[[শ্ৰেণী:ছেপ্টেম্বৰ]]
|