২৫ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{আজিৰ দিনটো|25|9|268}}
== ঘটনাৱলী ==
* ১৫২৪ খ্ৰীষ্টাব্দৰ এই দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী [[ভাস্কো দা গামা]]ৰ তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতলৈ আহে।
* ১৯৭৪ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত ৰূপ দিয়া হয়৷