জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
9 নং শাৰী:
সকলো প্ৰকাৰৰ জ্ঞাত জীৱই কিছু পৰ্যায়লৈকে [[উদ্দীপনা]]ৰ প্ৰতি [[সঁহাৰি]] দিয়ে, [[প্ৰজনন]] কৰে, [[Developmental biology|বৃদ্ধি আৰু বিকাশ]] হয় আৰু [[সমস্থাপন]] কৰে। এটা জীৱ একা বা একাধিক [[কোষ]]ৰ দ্বাৰা গঠিত; কেৱল এটা কোষেৰে গঠিত জীৱক [[এককোষী জীৱ]]; আৰু একাধিক কোষেৰে গঠিত জীৱক [[বহুকোষী জীৱ]] বোলে। বেছিভাগ এককোষী জীৱ ইমান ক্ষুদ্ৰ যে সিহঁতক [[অণুবীক্ষণ যন্ত্ৰ]]ৰ যোগেদিহে দেখা পোৱা যায়, সেইবাবে সিহঁতক [[অণুজীৱ]] বোলে। অৱশ্যে, কিছুমান প্ৰটিষ্ট আৰু বেক্টেৰিয়া খালি চকুৰেও দেখা পোৱা যায়।<ref>[http://www.mpg.de/english/illustrationsDocumentation/documentation/pressReleases/1999/news17_99.htm Max Planck Society Research News Release] Accessed 21 May 2009</ref> মানুহবোৰ হৈছে অসংখ্য কোষেৰে বিশেষভাৱে সংগঠিত [[কলা]] আৰু [[অংগ তন্ত্ৰ|অংগ]]ৰ দ্বাৰা গঠিত বহুকোষী জীৱ।
 
এটা জীৱ [[প্ৰকোষকেন্দ্ৰীপ্ৰ'কোষকেন্দ্ৰীয় জীৱ|প্ৰ'কোষকেন্দ্ৰী]] অথবা [[সংকোষকেন্দ্ৰীয় জীৱ|সংকোষকেন্দ্ৰী]] হব পাৰে। প্ৰকোষকেন্দ্ৰী জীৱবোৰ দুখন পৃথক [[অধিজগৎ (জীৱ বিজ্ঞান)|অধিৰাজ্য]]ত বিভক্ত, [[বেক্টেৰিয়া]] আৰু [[আৰ্কিয়া]]। সংকোষকেন্দ্ৰী জীৱৰ কোষত আৱৰণিযুক্ত সুনিৰ্দিষ্ট [[কোষ কেন্দ্ৰ]] আৰু আৱৰিযুক্ত কিছুমান অতিৰিক্ত অংগানু (যেনে মাইট'কণ্ড্ৰিয়া, প্লাষ্টিড আদি) থাকে।<ref name=cavaliersmith1987>{{cite pmid|3113314|noedit}}</ref> সংকোষকেন্দ্ৰী জীৱৰ বিভিন্ন [[ৰাজ্য (জীৱ বিজ্ঞান)|ৰাজ্য]]বোৰ হৈছে [[ভেঁকুৰ]], [[প্ৰাণী]] আৰু [[উদ্ভিদ]]।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/জীৱ"ৰ পৰা অনা হৈছে