দিলীপ কুমাৰ দত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
আপডেইট
10 নং শাৰী:
| birth_date = ৩০ এপ্ৰিল, ১৯৩৭
| birth_place = তৰাজান, [[যোৰহাট জিলা]]
| death_date = <!-- {{Death date and age|YYYY2019|MM09|DD26|YYYY1937|MM04|DD30}} (death date then birth date) -->
| death_place = আমেৰিকা যুক্তৰাষ্ট্ৰ
| residence =
| nationality = {{flagicon|India}} ভাৰতীয়
36 নং শাৰী:
}}
 
'''ড° দিলীপ কুমাৰ দত্ত''' ({{lang-en|Dilip Kumar Dutta}}, জন্ম: ৩০ এপ্ৰিল, ১৯৩৭- ২৬ ছেপ্টেম্বৰ, ২০১৯) হৈছেএগৰাকী আমেৰিকাৰঅসমীয়া ৰ’ডগণিতজ্ঞ, আইলেণ্ডশিক্ষাবিদ বিশ্ববিদ্যালয়ৰআৰু অংকলেখক। শাস্ত্ৰৰতেখেতে সন্মানীয়আমেৰিকা অধ্যাপক।যুক্তৰাষ্ট্ৰৰ ইয়াৰৰ’ড উপৰিওআইলেণ্ড তেওঁবিশ্ববিদ্যালয়ৰ অসমীয়াঅংক সাহিত্য-সংস্কৃতিৰশাস্ত্ৰৰ একনিষ্ঠসন্মানীয় সাধক,অধ্যাপক গণিতজ্ঞ,হিচাপে শিক্ষাবিদকাৰ্যনিৰ্বাহ আৰু লেখক।কৰিছিল। ১৯৩৭ চনত যোৰহাটত তেওঁৰ জন্ম হৈছিল।<ref name="শিপা">{{cite journal | title=শিপাৰ সন্ধানত প্ৰবাসী অসমীয়াজন | author=দীপান্বিতা বৰা | journal=দৈলিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা | year=২০১০ | month=২৮ নৱেম্বৰ | pages=পৃষ্ঠা: ৮, ৯, ১০, ১১}}</ref> পিতৃৰ নাম আছিল ''ফণীধৰ দত্ত'' আৰু মাতৃৰ নাম আছিল ''ৰত্নেশ্বৰী দত্ত''। ব্ৰিটিছ চৰকাৰৰ কমন ৱেলথ্‌কমন্‌ৱেলথ্‌ ফেল’শ্বিপ পোৱা তেওঁতেখেত প্ৰথম জন অসমীয়া ছাত্ৰ আছিল। ১৯৮৫ চনত প্ৰকাশিত তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থ ''প্ৰেমত পৰিলোঁ নেকি?'' কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ।<ref name="শিপা" />
 
==জন্ম আৰু বংশ পৰিচয়==
১৯৩৭ চনৰ ৩০ এপ্ৰিলত ড° দিলীপ কুমাৰ দত্তৰ [[যোৰহাট জিলা]]ৰ তৰাজান গায়ন গাঁৱত জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃৰ নাম আছিল ৰত্নেশ্বৰী দত্ত। তেখেতৰ পিতৃ [[গুৱাহাটী বিশ্ববিদ্যালয়|গুৱাহাটী বিশ্ববিদ্যালযবিশ্ববিদ্যালয়]]়ৰ প্ৰথমগৰাকী ৰেজিষ্টাৰপঞ্জীয়ক আৰু বিশ্ববিদ্যালয়খনৰ চতুৰ্থগৰাকী উপাচাৰ্য।<ref name="pjm">{{cite web | url=http://as.gonitsora.com/an-interview-with-dr-dilip-kumar-dutta/ | title=‘‘মই অসমখন ভাল পাওঁ, এয়া মোৰ মাটি; সেই কাৰণেই মই পৃথিৱীখনো ভাল পাওঁ’’, এটি সাক্ষাৎকাৰ। | publisher=গণিত চ'ৰা | accessdate=4 জানুৱাৰী 2015}}</ref>
 
==শিক্ষা==
পিতৃৰ অধ্যাপনা সূত্ৰে [[কটন কলেজ]]লৈ অহাত ড° দিলীপ কুমাৰ দত্তই গুৱাহাটী লতাশিল প্ৰাথমিক বিদ্যালয়, মাণিক চন্দ্ৰ বৰুৱা এম ই স্কুল আৰু কলেজিয়েট স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৮ চনত কটন মহাবিদ্যালয়ৰ পৰা গণিত বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। তেওঁ ব্ৰিটিছ চৰকাৰৰ কমন ৱেলথ্‌কমন্‌ৱেলথ্‌ ফেল’শ্বিপ পোৱা প্ৰথম জনপ্ৰথমজন অসমীয়া ছাত্ৰ।<ref name="শিপা" />
 
==কৰ্ম সংস্থান==
প্ৰথমতে ড° দিলীপ কুমাৰ দত্তই [[ইংলেণ্ড]]ৰ ছাউথাস্পাটন বিশ্ববিদ্যালয় আৰু [[কানাডা]]ৰ কেলগেৰী বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাৰ্য্যনিবাহ কৰিছিল। পৰৱৰ্তী সময়ত [[আমেৰিকা]]ৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ জ্যেষ্ঠ অধ্যাপক ৰূপেআৰু সন্মানীয় প্ৰবক্তাৰূপে কাৰ্য্যনিৰ্বাহ কৰে।কৰিছিল।<ref name="শিপা" /> বৰ্তমান তেখেতে এই বিশ্ববিদ্যালয়ৰ সন্মানীয় প্ৰবক্তাৰ আসন লাভ কৰিছে। বিশ্ববিদ্যালয়ত তেখেতে [[জ্যামিতি]], এলজেব্ৰা[[বীজগণিত]] আৰু কেলকুলাছ[[কলন গণিত]] পঢ়ুৱায়।পঢ়ুৱাইছিল।
 
==অসমীয়া ফণ্ট নিৰ্মাণ==
51 নং শাৰী:
 
==সাহিত্য চৰ্চা==
ড° দিলীপ কুমাৰ দত্তই দিল্লীত পঢ়ি থকাৰ পৰাই [[আসাম ট্ৰিবিউন]] কাকতলৈ দুই এটা লেখা পঠিয়াবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত [[অসমবাণী]] কাকতত “লণ্ডনৰ চিঠি” নামৰ নিয়মিত শিতান এটা লিখিছিল। ইয়াৰ পৰাই তেখেতৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে। প্ৰবাসত থাকিও নিজৰ মাতৃ ভাষাত সাহিত্য চৰ্চা কৰা ব্যক্তিৰূপে বহুকেইখন পুথি ৰচনা কৰিছে। তেওঁ ৰচনা কৰা প্ৰথম গ্ৰন্থখন হ’ল: “শুভ দিনৰ নিৰ্ঘণ্ট”। ব্যতিক্ৰমী বিষয় আৰু ৰচনাৰ বৈচিত্ৰতাৰ বাবে ''মনে মোৰ কইনা বিচাৰে'', ''মিছ গৌহাটী'', ''প্ৰেমত পৰিলোঁ নেকি?'' গ্ৰন্থকেইখনে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। ফলি যোৱা বুৰঞ্জী গ্ৰন্থখন তেখেতৰ পিতৃ ফণীধৰ দত্তৰ জীৱনীৰ লগতে অসমৰ বহু ঐতিহাসিক তথ্যৰে সমৃদ্ধ এখন বহুল চৰ্চিত গ্ৰন্থ।<ref name="শিপা" /> ১৯৮৫ চনত প্ৰকাশিত গ্ৰন্থ ''প্ৰেমত পৰিলোঁ নেকি?'' কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ। কম্পিউটাৰত ভাৰতীয় ভাষাৰ ব্যৱহাৰ কৰি উলিওৱা তেখেতেই প্ৰথমজন ব্যক্তি।<ref name="শিপা" /> তেওঁৰ দ্বাৰা ৰচিত ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ গ্ৰন্থখনত ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰ এক বিশ্লেষণাত্মক তথ্য প্ৰকাশ পাইছে।
তেখেতে ৰচনা কৰা প্ৰত্যেকখন গ্ৰন্থৰে ভিন্ন ভিন্ন বৈশিষ্ট আছে। ব্যতিক্ৰমী বিষয় আৰু ৰচনাৰ বৈচিত্ৰতাৰ বাবে ''মনে মোৰ কইনা বিচাৰে'', ''মিছ গৌহাটী'', ''প্ৰেমত পৰিলোঁ নেকি?'' গ্ৰন্থকেইখনে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। ফলি যোৱা বুৰঞ্জী গ্ৰন্থখন তেখেতৰ পিতৃ ফণীধৰ দত্তৰ জীৱনীৰ লগতে অসমৰ বহু ঐতিহাসিক তথ্যৰে সমৃদ্ধ এখন বহুল চৰ্চিত গ্ৰন্থ।<ref name="শিপা" /> ১৯৮৫ চনত প্ৰকাশিত গ্ৰন্থ ''প্ৰেমত পৰিলোঁ নেকি?'' কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ। কম্পিউটাৰত ভাৰতীয় ভাষাৰ ব্যৱহাৰ কৰি উলিওৱা তেখেতেই প্ৰথমজন ব্যক্তি।<ref name="শিপা" /> তেওঁৰ দ্বাৰা ৰচিত ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ গ্ৰন্থখনত ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰ এক বিশ্লেষণাত্মক তথ্য প্ৰকাশ পাইছে।
 
===প্ৰকাশিত গ্ৰন্থ===
Line 75 ⟶ 74:
 
==অসমীয়া গীতৰ লগত সম্বন্ধ==
দিলীপ কুমাৰ দত্তই অতিঅসংখ্য বিৰল, অসংখ্য গীতৰ ৰেকৰ্ডৰ সংগ্ৰহ কৰি ৰাখিছে।কৰিছিল। বৰ্তমানে হেৰাই যোৱা [[বিষ্ণু প্ৰসাদ ৰাভা]], তেখেতৰ প্ৰথমা পত্নী [[প্ৰফুল্ল বালা ৰাভা]], প্ৰিয়বালা বৰুৱা, গোপাল শৰ্মা, সাৰদা শৰ্মা, চাৰু বৰদলৈ, তাৰিণীচৰণ কাকতি, কমল নাৰায়ণ চৌধুৰী, অনুকূল নাথ, ৰাণী পাল, বলোৰাম দাস, [[অমিয় মোহন দাস]] আদি অনেক শিল্পীৰ গীতবোৰ তেখেতে ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি ৰাখিছে।ৰাখিছিল। তেখেত আৰু ৰূপম শৰ্মাই মিলি [[এপ্পল কোম্পানী]]ৰ [[আই টিউন]] যোগে বিশ্বই শুনিব পৰাকৈ অসমীয়া গীতৰ ব্যৱস্থা কৰিছে। এই গীতসমূহ www.mazumba.com ৱেবছাইটটোত শুনিব পৰাৰ ব্যৱস্থা কৰা হৈছে। তেখেতৰ অসমীয়া গীতৰ সংগ্ৰহ “গোৱা অসমীয়া মন প্ৰাণ ভৰি, কুৰি শতিকাৰ প্ৰথম কুৰি” শীৰ্ষক কেছেটটো অতি সমাদৃত।<ref name="শিপা" />
 
==গণিতজ্ঞ আৰু শিক্ষাবিদৰূপে==
১৯৬৬ চনৰ পৰাই আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰৰ সন্মানীয় প্ৰবক্তাৰূপে কৰ্মৰত দিলীপ কুমাৰ দত্ত এজন বিশিষ্ট গণিতজ্ঞ ৰূপেও বিদেশত প্ৰশংসিত। তেখেতৰ ‘Concept Of Geometry’, ‘Math Education At Its Best, The Postdam Madel’, ‘Finite Maths For Liberal Arts’ আদি গণিত বিষয়ক গ্ৰন্থ আমেৰিকা আৰু ভাৰতত যথেষ্ট সমাদৃত। তেখেতে গণিতজ্ঞ হিচাপে দেশৰ বাহিৰেও [[ৰোমানিয়া]], [[ফিনলেণ্ড]], [[মালেয়েছিয়া]], [[অষ্ট্ৰেলিয়া]] আদি দেশটো বক্তৃতা প্ৰদান কৰিছে।<ref name="শিপা" />
 
==ব্যক্তিগত জীৱন==
Line 90 ⟶ 89:
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]