দিলীপ কুমাৰ দত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

আপডেইট
Reference edited with ProveIt
80 নং শাৰী:
 
==ব্যক্তিগত জীৱন==
দিলীপ কুমাৰ দত্তই দুবাৰ বিয়া কৰায়। প্ৰথম পত্নীৰ ফালৰ পৰা পুত্ৰৰ ''দ্বাৰিক''ৰ জন্ম হয়। দ্বিতীয় পত্নীৰ নাম ''ৰাণীমা দত্ত''। তেওঁলোকৰ কন্যা ''মানসী''। দ্বাৰিক কৰ্মসূত্ৰে কানাডাত থাকে। জোঁৱাইৰ নাম হৈছে ''উদয়''। তেওঁলোকৰ কন্যা-জোঁৱাই বৰ্তমান [[আমেৰিকা]]ৰ বষ্টন চহৰৰ বাসিন্দা।<ref name="শিপা" />
 
==বঁটা আৰু সন্মান==
* অমূল্য কাকতি বঁটা (২০১২)<ref name="tribune">{{Cite web |year=9 Feb 2012 |title=Amulya Kakati award presented to Dr Dilip Kr Dutta |url=http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1012/city05 |accessdate=26 Sept 2019}}</ref>
* ভূপেন হাজৰিকা ফিৰিঙতি বঁটা (২০১৪)<ref name="অ">{{Cite web |year=15 July 2014 |title=Bhupen Hazarika Firingoti Award to Dilip Kumar Dutta and Manoranjan Bordoloi |url=https://www.oknortheast.com/2014/07/bhupen-hazarika-firingoti-award.html |accessdate=26 Sept 2019}}</ref>
 
==মৃত্যু==
এইজনাড° মহানদিলীপ ব্যক্তিয়েকুমৰ দত্ত‌ই ২০১৯ চনৰ ২৬ ছেপ্তেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে।
 
==তথ্য সংগ্ৰহ==