দিলীপ কুমাৰ দত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
No edit summary
36 নং শাৰী:
}}
 
'''ড° দিলীপ কুমাৰ দত্ত''' ({{lang-en|Dilip Kumar Dutta}}, ৩০ এপ্ৰিল, ১৯৩৭- ২৬ ছেপ্টেম্বৰ, ২০১৯) এগৰাকী অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক। তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৭ চনত যোৰহাটত তেওঁৰ জন্ম হৈছিল।<ref name="শিপা">{{cite journal | title=শিপাৰ সন্ধানত প্ৰবাসী অসমীয়াজন | author=দীপান্বিতা বৰা | journal=দৈলিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা | year=২০১০ | month=২৮ নৱেম্বৰ | pages=পৃষ্ঠা: ৮, ৯, ১০, ১১}}</ref> পিতৃৰ নাম আছিল ''ফণীধৰ দত্ত'' আৰু মাতৃৰ নাম আছিল ''ৰত্নেশ্বৰী দত্ত''। ব্ৰিটিছ চৰকাৰৰ কমন্‌ৱেলথ্‌ ফেল’শ্বিপ পোৱা তেখেত প্ৰথম জন অসমীয়া ছাত্ৰ আছিল। ১৯৮৫ চনত প্ৰকাশিত তেওঁৰ দ্বাৰাতেখেতৰ ৰচিত গ্ৰন্থ ''প্ৰেমত পৰিলোঁ নেকি?'' কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ।<ref name="শিপা" />
 
==জন্ম আৰু বংশ পৰিচয়==