কাৰ্ল লিনিয়াছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
15 নং শাৰী:
| doctoral_advisor =
| doctoral_students =
| known_for = [[বৰ্গীকৰণজীৱবৈজ্ঞানিক বিদ্যাশ্ৰেণীবিভাজন]]<br />[[বাস্তুবিজ্ঞান]]<br />[[উদ্ভিদবিজ্ঞান]]
| author_abbrev_bot = L.
| prizes =
22 নং শাৰী:
| footnotes = <br />[[চিত্ৰ:Linne CoA.jpg|center|240px]]<center>The [[coat of arms]] of Carl von Linné.</center>
}}
'''কাৰ্ল লিনিয়াছ''' {{En|Carl Linnaeus|''Carolus Linnaeus''; কেৰ'লাছ লিনিয়াছ}} (২৩ মে'<ref>Carl Linnaeus was born in 1707 on 13 May (Swedish Style) or 23 May according to the modern calendar. According to the Julian calendar he was born 12 May. (Blunt 2004, p. 12)</ref> ''পুৰণা নিয়মত ১৩ মে<nowiki>'</nowiki>'', ১৭০৭ - ১০ জানুৱাৰী, ১৭৭৮) হৈছে ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী। তেঁও আধুনিক [[বৈজ্ঞানিক নামকৰণ পদ্ধতি|দ্বৈৰাশিক নামকৰণৰ]] ভিত্তি স্থাপন কৰি থৈ গৈছিল। তেঁওক আধুনিক [[বৈজ্ঞানিকজীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন পদ্ধতি|বৰ্গীকৰণৰ]] জনক বোলা হয়। ইয়ৰোপৰি তেঁও আধুনিক [[বাস্তুবিজ্ঞান|বাস্তুবিজ্ঞানৰ]] জনকসকলৰ ভিতৰত অন্যতম।
 
ফৰাছী দাৰ্শনিক [[জঁ-জাক ৰুছ’]]ৱে তেঁওলৈ এই বাৰ্তা পঠিয়াইছিল যে: "মই এই পৃথিৱীত তেঁওতকৈ মহান কোনো ব্যক্তিক চিনি নাপাও।"<ref name="autogenerated3">{{cite web |url=http://www.linnaeus.uu.se/online/life/8_3.html |title=What people have said about Linnaeus |publisher=[[Uppsala University]] |work=Linné on line |সংগ্ৰহেৰ-তাৰিখ=3 October 2011}}</ref> জাৰ্মান দাৰ্শনিক [[য়োহান ভোল্ফগেং ফন গ্যোটে]] লিখিছিল: "শ্বেইকছপীয়েৰ আৰু স্পিনোজাক বাদ দিলে পৃথিৱীত এই পৰ্যন্ত বাস কৰি যোৱা সকলো মানুহৰ ভিতৰত মোৰ ওপৰত লিনিয়াছৰ প্ৰভাৱেই আছিল সকলোতকৈ বেছি।"<ref name="autogenerated3" /> ছুইডেনৰ লেখক আগষ্ট ষ্ট্ৰীণবাৰ্গে লিখিছিল: "লিনিয়াছ প্ৰকৃততে এজন কবি আছিল, কেনেদৰেযে তেঁও প্ৰকৃতিবিদ হৈ গ'ল।"<ref name="deceased">{{cite web |url=http://www.linnaeus.uu.se/online/life/9_0.html |title=Linnaeus deceased |publisher=[[Uppsala University]] |work=Linné on line |acces date=3 October 2011}}</ref>