কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
No edit summary
9 নং শাৰী:
'''কম্পিউটাৰ বিজ্ঞান''' হ'ল [[তথ্য]] আৰু ইয়াৰ পৰিস্কৰন/সংকলন (processing) সম্বন্ধিত তাত্বিক (theoretical) বিষয়মুহৰ প্ৰণালীবদ্ধ অধায়ন (study) ‌‌।
 
থোৰতে কবলৈ গলে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰনে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায় । এনে কিছুমান সমাৰ্থক হিচাবে ব্যবহাৰব্যৱহাৰ কৰা নাম হল [[কম্পিউতাৰকম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা]] (computer science & engineering/technology), [[তথ্য প্ৰযুক্তি]] (information technology), [[তথ্য পৰিস্কৰন/সংকলন]] (data processing) ইত্যাদি। পিছে আমাৰ এই নিবন্ধত আমি "তথ্য আৰু ইয়াৰ পৰিস্কৰন/সংকলন সম্বন্ধিত তাত্বিক বিষয়মুহৰ অধায়ন"-কহে কম্পিউতাৰকম্পিউটাৰ বিজ্ঞান বুলিম । বুলিম। উল্লিখিত বাকীবোৰ বিষয় যোগ্যজনে উপযুক্ত স্থানত অৱতাৰনা কৰিব।
 
=ইতিহাস=