৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
2 নং শাৰী:
== ঘটনাৱলী ==
# ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকিশত হয় ১৯৪৬ চনৰ আজিৰ দিনটোত। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
# অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী [[যোগেন্দ্ৰ নাথ হাজৰিকাৰহাজৰিকা]]ৰ মৃত্যু হয় ১৯৯৭ চনৰ আজিৰ দিনটোতে।
# মোগল সম্ৰাট [[ঔৰংজেব|ঔৰংগজেৱে]] হায়দৰাবাদৰ[[হায়দৰাবাদ]]ৰ গোলকুন্দা দখল কৰে ১৬৮৭ চনৰ আজিৰ দিনটোতে।
# ১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী [[দেৱী লালৰলাল]]ৰ সংসদৰপৰা ইস্তফা দিয়ে।
# ১৯৯৯ চনৰ আজিৰ দিনটোতে ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা [[আকাশ মিছাইলৰমিছাইল]]ৰ সফল পৰীক্ষণ হয়।
# আজিৰ দিনটোতে ১৯১৭ চনত ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
# ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা।[[বোৎছোৱানা]]।
 
[[শ্ৰেণী:ছেপ্টেম্বৰ]]