সপুষ্পক উদ্ভিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
25 নং শাৰী:
সপুষ্পক উদ্ভিদ বা ফুল ফুলা উদ্ধিদ হল পৃথিৱীৰ আটাইতকৈ অধিক বৈচিত্ৰময় স্থল উদ্ভিদ যি যৌন প্ৰজননৰ বাবে ফুল নামৰ অংগ বিধৰ বিকাশ কৰে।
== বৈশিষ্ট্য ==
সপুষ্পক উদ্ভিদ সমূহে যৌন প্ৰজননৰ বাবে ফুল নামৰ অংশ বিধৰ বিকাশ কৰে। এই অংশ বিধতে গছ জোপাৰ প্ৰজননৰ ক্ষমতা থাকে। এই প্ৰকাৰৰ উদ্ভিদসমূহ ফুলৰ উৎপাদন কৰে বাবে বাগিছা সমূহত প্ৰায় ব্যৱহাৰ হয়।
 
[[শ্ৰেণী:উদ্ভিদজগত]]