সপুষ্পক উদ্ভিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
19 নং শাৰী:
 
== প্ৰজনন ==
সপুষ্পক উদ্ভিদ সমূহে যৌন প্ৰজননৰ বাবে ফুল নামৰ অংশ বিধৰ বিকাশ কৰে। এই অংশ বিধতে গছ জোপাৰ প্ৰজননৰ ক্ষমতা থাকে। এই প্ৰকাৰৰ উদ্ভিদসমূহ ফুলৰ উৎপাদন কৰে বাবে বাগিছা সমূহত প্ৰায় ব্যৱহাৰ হয়।সপুষ্পক উদ্ভিদৰ ফুল গঠন,আকৃতি,গুণ অনুসৰি কেইবা প্ৰকাৰৰ থাকে। পৰাগ সংযোগৰ দ্বাৰা ইয়াৰ সপুষ্পক উদ্ভিদৰ নিষেচন হয়। নিষেচনৰ পাছত ভ্ৰূণৰ লাহে লাহে বিকাশ ঘটে। ভ্ৰুণৰ বিকাশ ঘটি পাছত ই বীজলৈ ৰূপান্তৰ হয়,আৰু ইয়াৰ চাৰিও কাষৰ অংশ মিলি ফলৰ বিকাশ ঘটায়। बीजों को ये ढँके रहते हैं। इसीইয়াৰ कारणফল इनকেইবাপ্ৰকাৰৰ बीजोंহয় कोযাক आवृतबीजीমানুহেও याখাদ্য संवृतबीजीহিচাপে कहतेব্যৱহাৰ हैं। फल भी कई प्रकार के होते हैं, जिनमें मनुष्य के उपयोग में कुछ आते हैं। [[सेब]] में पुष्पासन (thalamus) का भाग, [[अमरूद]] में पुष्पासन तथा फलावरण, बेल में बीजांडासन (placents) का भाग, [[नारियल]] में भ्रूणपोष (endosperm) का भाग खाया जाता है।কৰে।
 
== উপকাৰিতা ==