সপুষ্পক উদ্ভিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
9 নং শাৰী:
| divisio_authority = Lindley
| synonyms=
[[ফুল]] ফুলা[[ফুল]]া উদ্ভিদ
}}
'''সপুষ্পক উদ্ভিদ''' বা '''[[ফুল]] ফুলা[[ফুল]]া উদ্ভিদ''' হল পৃথিৱীৰ আটাইতকৈ অধিক বৈচিত্ৰময় স্থল উদ্ভিদ।[[উদ্ভিদ]]। এই উদ্ভিদ সমূহত [[ফুল]] ফুলে[[ফুল]]ে আৰু ইয়াৰ ফল সমূহৰ ভিতৰত বীজ সমূহ সুৰক্ষিত হৈ থাকে। বীজ সমূহৰ ভিতৰত এটা বা দুটা দল থাকে আৰু এই দল সমূহৰ ভিক্তিত ইয়াক একবীজপত্ৰি আৰু দ্বিবীজপত্ৰি হিচাপে ভাগ কৰা হৈছে। এই উদ্ভিদসমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। এই উদ্ভিদসমূহত পুৰঠ পাত,[[ফুল]],শিপা,ফল দেখা যায়।
 
== বৰ্গীকৰণ ==
19 নং শাৰী:
 
== প্ৰজনন ==
সপুষ্পক উদ্ভিদ সমূহে যৌন প্ৰজননৰ বাবে [[ফুল]] নামৰ অংশ বিধৰ বিকাশ কৰে। এই অংশ বিধতে গছ জোপাৰ প্ৰজননৰ ক্ষমতা থাকে। এই প্ৰকাৰৰ উদ্ভিদসমূহ ফুলৰ[[ফুল]]ৰ উৎপাদন কৰে বাবে বাগিছা সমূহত প্ৰায় ব্যৱহাৰ হয়।সপুষ্পক উদ্ভিদৰ [[ফুল]] গঠন,আকৃতি,গুণ অনুসৰি কেইবা প্ৰকাৰৰ থাকে। পৰাগ সংযোগৰ দ্বাৰা ইয়াৰ সপুষ্পক উদ্ভিদৰ নিষেচন হয়। নিষেচনৰ পাছত ভ্ৰূণৰ লাহে লাহে বিকাশ ঘটে। ভ্ৰুণৰ বিকাশ ঘটি পাছত ই বীজলৈ ৰূপান্তৰ হয়,আৰু ইয়াৰ চাৰিও কাষৰ অংশ মিলি ফলৰ বিকাশ ঘটায়। বীজ অংশক ই ঢাকি ৰাখে। ইয়াৰ ফল কেইবাপ্ৰকাৰৰ হয় যাক মানুহেও খাদ্য হিচাপে ব্যৱহাৰ কৰে।
 
== উপকাৰিতা ==