সপুষ্পক উদ্ভিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
|||
19 নং শাৰী:
== প্ৰজনন ==
{{Main| ফুল#ফুলৰ_কাৰ্য}}
সপুষ্পক উদ্ভিদ সমূহে যৌন প্ৰজননৰ বাবে [[ফুল]] নামৰ অংশ বিধৰ বিকাশ কৰে। এই অংশ বিধতে গছ জোপাৰ প্ৰজননৰ ক্ষমতা থাকে। এই প্ৰকাৰৰ উদ্ভিদসমূহ [[ফুল]]ৰ উৎপাদন কৰে বাবে বাগিছা সমূহত প্ৰায় ব্যৱহাৰ হয়।সপুষ্পক উদ্ভিদৰ [[ফুল]] গঠন,আকৃতি,গুণ অনুসৰি কেইবা প্ৰকাৰৰ থাকে। পৰাগ সংযোগৰ দ্বাৰা ইয়াৰ সপুষ্পক উদ্ভিদৰ নিষেচন হয়। নিষেচনৰ পাছত ভ্ৰূণৰ লাহে লাহে বিকাশ ঘটে। ভ্ৰুণৰ বিকাশ ঘটি পাছত ই বীজলৈ ৰূপান্তৰ হয়,আৰু ইয়াৰ চাৰিও কাষৰ অংশ মিলি ফলৰ বিকাশ ঘটায়। বীজ অংশক ই ঢাকি ৰাখে। ইয়াৰ ফল কেইবাপ্ৰকাৰৰ হয় যাক মানুহেও খাদ্য হিচাপে ব্যৱহাৰ কৰে।
|