বেংকক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox settlement
| name = বেংকক
| other_name = খ্ৰুং থেপ মহা নাশন
| native_name = กรุงเทพมหานคร
62 নং শাৰী:
| website = {{url|www.bangkok.go.th}}
}}
'''বেংকক''' ({{En|Bangkok|{{IPAcLang-en|lang|pron|'|b|æ|ŋ|k|ɒ|kBangkok}}<ref>{{cite web|title = Definition of "Bangkok"|url = http://www.collinsdictionary.com/dictionary/english/bangkok|work = Collins English Dictionary (online)|publisher = HarperCollins|accessdate = 26 March 2014}}</ref>}} হৈছে [[থাইলেণ্ড]]ৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। [[থাই ভাষা]]ত ইয়াক ''খ্ৰুং থেপ মহা নাশন'' ({{lang|th|กรุงเทพมหานคร}}<!-- , উচ্চাৰণ {{IPA-th|krūŋ tʰêːp mahǎː nákʰɔ̄ːn||Th-Krung Thep Maha Nakhon.ogg}}) --> বা চমুকৈ {{Audio|Th-Krung Thep.ogg|''খ্ৰুং থেপ''}} বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় {{convert|1568.7|km2}} অঞ্চল অধিকাৰ কৰি আছে, আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৮০ লাখতকৈও অধিক, ই থাইলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ১২.৬ শতাংশ। প্ৰায় ১.৪০ কোটিতকৈও অধিক লোক (২২.২ শতাংশ) [[বেংকক মহানগৰীয় অঞ্চলৰ]] আশেপাশে বসবাস কৰে, এইবাবে অন্য নগৰীয় অঞ্চলতকৈ ইয়াৰ অধিক গুৰুত্ব পৰিলক্ষিত হয়।
 
'''বেংকক''' {{En|Bangkok|{{IPAc-en|lang|pron|'|b|æ|ŋ|k|ɒ|k}}<ref>{{cite web|title = Definition of "Bangkok"|url = http://www.collinsdictionary.com/dictionary/english/bangkok|work = Collins English Dictionary (online)|publisher = HarperCollins|accessdate = 26 March 2014}}</ref>}} হৈছে [[থাইলেণ্ড]]ৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। [[থাই ভাষা]]ত ইয়াক ''খ্ৰুং থেপ মহা নাশন'' ({{lang|th|กรุงเทพมหานคร}}, উচ্চাৰণ {{IPA-th|krūŋ tʰêːp mahǎː nákʰɔ̄ːn||Th-Krung Thep Maha Nakhon.ogg}})বা চমুকৈ {{Audio|Th-Krung Thep.ogg|''খ্ৰুং থেপ''}} বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় {{convert|1568.7|km2}} অঞ্চল অধিকাৰ কৰি আছে, আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৮০ লাখতকৈও অধিক, ই থাইলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ১২.৬ শতাংশ। প্ৰায় ১.৪০ কোটিতকৈও অধিক লোক (২২.২ শতাংশ) [[বেংকক মহানগৰীয় অঞ্চলৰ]] আশেপাশে বসবাস কৰে, এইবাবে অন্য নগৰীয় অঞ্চলতকৈ ইয়াৰ অধিক গুৰুত্ব পৰিলক্ষিত হয়।
 
বেংকক ১৫শ শতিকাৰ আয়ুত্থা ৰাজ্যৰ এটা সৰু ব্যৱসায় ঘাটী আছিল, ঘটনাক্ৰমে ইয়াৰ আকাৰ বৃদ্ধি হয় আৰু ইয়াতেই দুখনকৈ ৰাজধানী চহৰ: ১৭৬৮ চনত থনবুৰি আৰু ১৭৮২ চনত ৰট্টানাকছিনৰ স্থাপিত হয়। ১৯শ শতিকাত দেশে পশ্চিমীয়া হেঁচাৰ সন্মূখীন হোৱাৰ সময়ত, বেংকক আছিল ছিয়ামৰ আধুনিকীকৰণৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। ই বিংশ শতিকাৰ একনায়কত্ববাদৰ অৱসান ঘটাই সংবিধানিক শাসন প্ৰতিস্থাৰ ৰাজনৈতিক সংঘাতৰো প্ৰধান কেন্দ্ৰ আছিল। ১৯৬০ৰ পৰা ১৯৮০ দশকৰ ভিতৰত নগৰখনৰ দ্ৰুত বিকাশ আৰম্ভ হয় আৰু আজি ই থাইলেণ্ডৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সংস্কৃতি তথা আধুনিক সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
 
==নাম==
''বেংকক'' ({{lang|th|บางกอก}}<!-- , থাই ভাষাত {{IPA-th|bāːŋ kɔ̀ːk||Th-Bangkok.ogg}} বুলি উচ্চাৰিত -->) নামটোৰ উৎপত্তি স্পষ্ট নহয়। ''বেং'' এটা থাই শব্দ আৰু ইয়াৰ অৰ্থ হৈছে "জুৰিত অৱস্থিত এখন গাঁও",<ref>{{cite web|script-title=th:พจนานุกรม ฉบับราชบัณฑิตยสถาน พ.ศ. ๒๕๔๒ |trans_title=Royal Institute Dictionary, B.E. 1999 (online edition)|url=http://rirs3.royin.go.th/word24/word-24-a3.asp|publisher=Royal Institute|language=Thai|accessdate=12 September 2012}}</ref> আৰু সম্ভবতঃ নামটো ''বেং ক’'' ({{lang|th|บางเกาะ}}), ''ক’'' মানে "দ্বীপ", শ্দৰ পৰা উৎপত্তি হৈছে।<ref name="Tipawan">{{cite web|last1=Chandrashtitya|first1=Tipawan|script-title=th:ประวัติเมืองธนบุรี |trans_title=History of Thonburi City|url=http://dit.dru.ac.th/home/012/attractions_history.html|work=Arts & Cultural Office website|publisher=Dhonburi Rajabhat University|accessdate=11 December 2011|first2=Chiraporn |last2=Matungka|language=Thai |archiveurl=https://web.archive.org/web/20100713001017/http://dit.dru.ac.th/home/012/attractions_history.html|archivedate=13 July 2010}}</ref> অন্য এক সুত্ৰমতে নামটো ''বেং মেকক'' ({{lang|th|บางมะกอก}}) শব্দৰ চমু ৰূপ, ইয়াত ''মেকক'' শব্দই ''[[Elaeocarpus hygrophilus]]'' নামৰ আমলখিৰ দৰে ফলযুক্ত এজোপা গছক বুজাইছে।{{efn|Two plants are known in Thai by the name ''makok'': ''E. hygrophilus'' (''makok nam'', "water ''makok''") and ''[[Spondias pinnata]]'' (''makok pa'', "jungle ''makok''"). The species that grew in the area was likely ''makok nam''.}} ইয়াত অৱস্থিত [[ৱাৎ অৰুণ]] নামৰ এটা পৌৰাণিক মন্দিৰক ''ৱাৎ মেকক'' বুলি কোৱা হয় বাবে এই সুত্ৰটোৰো বিশ্বাসযোগ্যতা নথকা নহয়।<ref>Wongthes 2012, p.&nbsp;37</ref> যিকি নহওক, নগৰখনক চৰকাৰীভাৱে [[পালি]] আৰু [[সংস্কৃত]] ভাষাৰ পৰা সৃষ্ট ''থনবুৰি ছি মহাসমুৎ'' ({{lang|th|ธนบุรีศรีมหาสมุทร}}, আক্ষৰিক অৰ্থ "সাগৰে দিয়া সম্পদৰ নগৰ") বা অয়ুৎথ্যা ইতিহাস অনুসৰি ''থনবুৰি'', বুলি কোৱা হয়।<ref name="Wang Derm-Thonburi">{{cite web|script-title=th:สาระน่ารู้กรุงธนบุรี |trans_title=Interesting facts about the city of Thonburi|url=http://www.wangdermpalace.org/thonburi/index_thai.html|work=Phra Racha Wang Derm website|publisher=Phra Racha Wang Derm Restoration Foundation|accessdate=11 December 2011|language=Thai}}</ref> ''বেংকক'', বিদেশী পৰিভ্ৰমীসকলে বহুলভাৱে ব্যৱহাৰ কৰা এটা কথিত নামহে আছিল, অৱধাৰিতভাৱে ইয়াক ব্যৱহাৰ কৰাৰ ফলস্বৰূপে পিছত বেংকক মহানগৰ প্ৰশাসনৰ সৃষ্টিৰে এই নামটো চৰকাৰীকৰণ কৰা হয়।
 
নদীৰ পূৱ তীৰত ৰামা প্ৰথমৰ দ্বাৰা যেতিয়া নতুন ৰাজধানী স্থাপন কৰা হৈছিল, সেই সময়ত ''খ্ৰুং থেপ থাৱাৰাৱাড়ী ছি অয়ুৎথা'' ({{lang|th|กรุงเทพทวารวดีศรีอยุธยา}}) আৰু ''খ্ৰুং থেপ মহা নাশন ছি অয়ুৎথা'' ({{lang|th|กรุงเทพมหานครศรีอยุธยา}})<ref name=Chanchai>{{cite journal|last=Phakathikhom|first=Chanchai|script-title=th:นามพระนคร "ศรีอยุธยา" มาแต่ไหน|journal=Senathipat|year=2005|volume=54|issue=3|pages=114–123|url=http://cdsd-rta.net/images/stories/valasan/valsan%20y54%20b3%20year2548/155403.pdf|accessdate=31 July 2013|trans_title=What were the origins of the capital name "Si Ayutthaya"?|language=Thai|issn=0857-3891}}</ref> আদি অয়ুৎথা ইতিহাসৰ অনেক নাম লাভ কৰিছিল। ১৮৩৩ চনত সংযুক্ত ৰাষ্ট্ৰৰ দূত হিচাপে অহা [[Edmund Roberts (diplomat)|এডমাণ্ড ৰবাৰ্টছ]]ৰ লিখনিত নগৰ খনৰ নাম ''ছিয়া-য়ুৎ'হিয়া'' বুলি পোৱা যায়, আৰু সেই সময়ৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি সমূহতো এই নামটোৱেই ব্যৱহাৰ কৰা হৈছিল।<ref name = "Roberts">{{cite book
Line 85 ⟶ 84:
{{quote|পৰীৰ নগৰ, অমৰত্বৰ মহান নগৰ, [[নৱৰত্ন]]ৰ নগৰ, ৰজাৰ আসন, ৰাজমহলৰ নগৰ, ভগবানৰ অৱতাৰৰ স্থান, [[ইন্দ্ৰ]]ৰ আজ্ঞাত [[বিশ্বকৰ্মণ]]ৰ দ্বাৰা নিৰ্মিত।<ref>{{cite journal|journal=Royal Institute Newsletter|publisher=Royal Institute|volume=3|issue=31|date=December 1993}} Reproduced in {{cite web|script-title=th:กรุงเทพมหานคร|trans_title=Krung Thep Mahanakhon|language=Thai|url=http://www.royin.go.th/th/knowledge/detail.php?ID=639|accessdate=12 September 2012}}</ref>}}
 
নগৰখনৰ নামটোৱে ''[[গীনীছ বিশ্ব অভিলেখ]]''ত পৃথিৱীৰ [[আটাইতকৈ দীঘল ঠাইৰ নাম]]ৰ তালিকাত স্থান লাভ কৰিছে।<ref>{{cite news|url=http://bangkokpost.net/breaking_news/breakingnews.php?id=112626 |title=Maori claims world's longest place name|date= 1 September 2006 |newspaper=Bangkok Post |accessdate=17 February 2012}}</ref> নামটোৰ শব্দবোৰ পৌৰাণিক তথা সকলোৱে নেজানে যদিও, থাই বিদ্যালয়ৰ শিশু সকলক সম্পূৰ্ণ নামটোৱেই শিকোৱা হয়। এই নামটো [[আছানী–ৱাছান]]ৰ দ্বাৰা ৰচিত জনপ্ৰিয় “খ্ৰুং থেপ মহা নাশন” (১৯৮৯) {{Audio|Krungthep Mahanakhon sample.ogg|(নমুনা)|help=no}} নামৰ গীতটোত ব্যৱহাৰ কৰা হৈছে বাবে ইয়াক মনত ৰাখিবলৈ সহজ হৈ পৰে।
 
==পৰ্যটন==
বেংকক হৈছে পৰ্যটকৰ বাবে এখন অতি আকৰ্ষণিয় ঠাই। এটা জৰীপ মতে ২০১৩ চনত চহৰখন পৰিভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা আছিল প্ৰায় ১৫.৯৮ নিযুত। নিউ য়ৰ্ক, লণ্ডন আৰু পেৰিছৰ পিছতেই বেংকক হৈছে বৈদেশিক মুদ্ৰা খৰছ কৰা চতুৰ্থখন চহৰ, ২০১৩ চনত আনুমানিক ১৪৩ কোটি ডলাৰ।<ref name="MasterCard 2013">{{cite web|last1=Hedrick-Wong|first1=Yuwa| first2=Desmond|last2=Choog|title=MasterCard Global Destination Cities Index|url=http://insights.mastercard.com/wp-content/uploads/2013/05/Mastercard_GDCI_Final_V4.pdf |work=MasterCard Worldwide Insights 2Q 2013|publisher=MasterCard|accessdate=6 June 2013|year=2013}}</ref> [[Euromonitor International]] নামৰ এক অনুষ্ঠানে ২০১১ চনৰ শীৰ্ষ আকৰ্ষণীয় নগৰৰ তালিকাত বেংককক ষষ্ঠ স্থান প্ৰদান কৰিছে।<ref>{{cite web|title=Top 100 Cities Destination Ranking|url=http://blog.euromonitor.com/2013/01/top-100-cities-destination-ranking.html |publisher=Euromonitor International|accessdate=6 June 2013|date=21 January 2013}}</ref> ''[[Travel + Leisure]]'' নামৰ আলোচনীয়ে তেঁওলোকৰ পাঠকৰ মাজত চলোবা এক সমীক্ষাত বেংককে ২০১০ৰ পৰা ২০১৩ চনলৈ একেৰাহে চাৰিবাৰ “পৃথিৱীৰ শ্ৰেষ্ট নগৰ”ৰ খিতাপ লাভ কৰিছিল।<ref name="best cities 2013">{{cite web|title=2013 World's Best Cities|url=http://www.travelandleisure.com/worldsbest/2013/cities|work=Travel + Leisure|publisher=American Express Publishing Corporation|accessdate=31 July 2013}}</ref>
 
== টোকা ==
বেংকক হৈছে পৰ্যটকৰ বাবে এখন অতি আকৰ্ষণিয় ঠাই। এটা জৰীপ মতে ২০১৩ চনত চহৰখন পৰিভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা আছিল প্ৰায় ১৫.৯৮ নিযুত। নিউ য়ৰ্ক, লণ্ডন আৰু পেৰিছৰ পিছতেই বেংকক হৈছে বৈদেশিক মুদ্ৰা খৰছ কৰা চতুৰ্থখন চহৰ, ২০১৩ চনত আনুমানিক ১৪৩ কোটি ডলাৰ।<ref name="MasterCard 2013">{{cite web|last1=Hedrick-Wong|first1=Yuwa| first2=Desmond|last2=Choog|title=MasterCard Global Destination Cities Index|url=http://insights.mastercard.com/wp-content/uploads/2013/05/Mastercard_GDCI_Final_V4.pdf |work=MasterCard Worldwide Insights 2Q 2013|publisher=MasterCard|accessdate=6 June 2013|year=2013}}</ref> [[Euromonitor International]] নামৰ এক অনুষ্ঠানে ২০১১ চনৰ শীৰ্ষ আকৰ্ষণীয় নগৰৰ তালিকাত বেংককক ষষ্ঠ স্থান প্ৰদান কৰিছে।<ref>{{cite web|title=Top 100 Cities Destination Ranking|url=http://blog.euromonitor.com/2013/01/top-100-cities-destination-ranking.html |publisher=Euromonitor International|accessdate=6 June 2013|date=21 January 2013}}</ref> ''[[Travel + Leisure]]'' নামৰ আলোচনীয়ে তেঁওলোকৰ পাঠকৰ মাজত চলোবা এক সমীক্ষাত বেংককে ২০১০ৰ পৰা ২০১৩ চনলৈ একেৰাহে চাৰিবাৰ “পৃথিৱীৰ শ্ৰেষ্ট নগৰ”ৰ খিতাপ লাভ কৰিছিল।<ref name="best cities 2013">{{cite web|title=2013 World's Best Cities|url=http://www.travelandleisure.com/worldsbest/2013/cities|work=Travel + Leisure|publisher=American Express Publishing Corporation|accessdate=31 July 2013}}</ref>
<references group="lower-alpha"/>
[[File:Wat Phra Sri Rattana Satsadaram 07.jpg|thumb|left|alt=A Thai temple complex with several ornate buildings and a stupa, and a lot of visitors|[[Wat Phra Kaeo]] in the [[Grand Palace]] is among Bangkok's major tourist attractions.]]
 
==তথ্য সংগ্ৰহ==
{{Reflist}}|refs=
<ref name="BMA geo">Thavisin et al. (eds) 2006, p.&nbsp;24. Reproduced in {{cite web|url=http://www.bangkok.go.th/th/page/index.php?&153-Geography_of_Bangkok&l=en |title=Geography of Bangkok |accessdate=8 September 2007 |website=BMA website |url-status = dead|archiveurl=https://web.archive.org/web/20110705201641/http://www.bangkok.go.th/th/page/index.php?&153-Geography_of_Bangkok&l=en |archivedate=5 July 2011 |df= }}</ref><ref name="Tangchonlatip">{{cite book|chapter-url=http://www.ipsr.mahidol.ac.th/ipsr/annualconference/conferenceiii/Articles/Article02.htm|chapter=กรุงเทพมหานคร: เมืองโตเดี่ยวตลอดกาลของประเทศไทย |trans-chapter=Bangkok: Thailand's forever primate city |first=Kanchana |last=Tangchonlatip |title= ประชากรและสังคม 2550 |trans-title=Population and society 2007 |editor1-first=Varachai |editor1-last=Thongthai |editor2-first=Sureeporn |editor2-last=Punpuing |place= Nakhon Pathom, Thailand |publisher=Institute for Population and Social Research |year=2007 |accessdate=26 September 2012}}</ref><ref name="Sinsakul">{{cite journal|last=Sinsakul|first=Sin|title=Late Quaternary geology of the Lower Central Plain, Thailand|journal=Journal of Asian Earth Sciences|date=August 2000|volume=18|issue=4|pages=415–426|doi=10.1016/S1367-9120(99)00075-9 }}</ref>
}}
 
[[শ্ৰেণী:নগৰ-মহানগৰ]]
"https://as.wikipedia.org/wiki/বেংকক"ৰ পৰা অনা হৈছে