কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Mahabub Rahmanbot (আলোচনা)-ই কৰা 197376 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
81 নং শাৰী:
#কোষপ্ৰৰস প্ৰায়ে চলাচল কৰা দেখা যায়৷
#এমাইট'ছিছ,মাইট'ছিছ আৰু মিঅ'ছিছ পদ্ধতিৰদ্বাৰা কোষবিভাজন হয়৷
#[[প্ৰাণী]]কোষৰ বাহিৰে [[উদ্ভিদ]]কোষত [[কোষবেৰ]] থাকে৷
#শ্বসনকাৰী উৎসেচক কোষপ্ৰৰস আৰু মাইট'কন্ড্ৰিয়াত থাকে৷
#[[হৰিৎকণা]] বা ক্ল'ৰ'প্লাষ্টিড নামক দুইতৰপীয়া আৱৰণেৰে আবৃত কোষ অংগাণু থাকে,য'ত [[সালোকসংশ্লেষণ]] ঘটে৷<ref name="গ্ৰন্থ ১" />