মছজিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
'''পানবাৰী মছজিদ'''<br> ঐতিহাসিক পানবাৰী মছজিদ [[ধুবুৰী জিলা|ধুবুৰীৰ]] পৰা ২৫ কিঃমিঃ পূবত পানবাৰী আৰু ৰঙামাটিৰ ওচৰত, ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।<ref>{{cite journal | url=http://itsmynortheast.com/2011/06/a-forgotten-chapter-of-history-panbari-mosque/| title=A forgotten chapter of history – Panbari mosque}}</ref> এইটো মছজিদক অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি ভবা হয়। ইয়াক বংগৰ শাসক হুচেইন শ্বাহে ১৪৯৩- ১৫১৯ খৃষ্টাব্দৰ সময়চোৱাত নিৰ্মাণ কৰিছিল। মছজিদটোক ইচলামধৰ্মী মোগল সেনাসকলে প্ৰাৰ্থনা-গৃহৰূপে ব্যৱহাৰ কৰিছিল। মছজিদটোৰ সৈতে থকা ইদগাহ পথাৰ আৰু কুঁৱা এটাও উল্লিখিত সময়চোৱাতে সম্ভৱতঃ নিৰ্মাণ কৰা হৈছিল।
==ইতিহাস==
আৰব উপদ্বীপত নিৰ্মাণ হোৱা প্ৰথম তিনিটা মছজিদৰ গঠন আছিল সৰল। সময়ৰ আৱৰ্তনত পৰৱৰ্তী হাজাৰ হাজাৰ বছৰৰ পাছত সেয়া বিশ্বৰ বিভিন্ন দেশৰ নিত্যনতুন কৃষ্টি আৰূআৰু স্থাপত্যশৈলীৰ ধাৰক হয়।
 
=== বিস্তাৰ আৰু বিৱৰ্তন ===
বিশ্বৰ বিভিন্ন দেশত মুছলিমসকলৰ অভিযানৰ লগে লগে মছজিদ আৰব উপদ্বীপৰ সীমা পাৰ হৈ বিস্তাৰ লাভ কৰিবলৈ ধৰে। [[৬৪০]] খ্ৰিষ্টাব্দৰখ্ৰীষ্টাব্দৰ প্ৰথমদিশত [[মিছৰ]]ত বহুত মুছলিমৰ সমাগম ঘটে। তেতিয়া এই দেশত বহুত মছজিদ নিৰ্মাণ কৰা হয়। যাৰ ফলতেই ৰাজধানী [[কায়ৰো]]ক ''হাজাৰ মিনাৰৰ চহৰ'' বুলি মাতা হৈছিল।<ref>{{cite news|url=http://travel.independent.co.uk/africa/article253491.ece |title=Cairo, Egypt |collection-date=September 22, 2007 |publisher=The Independent | place=London | start=Robin | end=Barton | date=February 19, 2001}}</ref>
 
মিছৰীয় মছজিদসমূহত সু্যোগ-সুবিধাৰ ভিন্নতা আছিল, যেনেকৈঃ কিছু মছজিদত আছিল মাদ্ৰাছাৰ নিচিনাকৈ স্কুলবিদ্যালয়, আকৌ অন্য মছজিদসমূহত অন্তভুৰ্ক্ত আছিল চিকিৎসালয় নাইবা কবৰস্থান।<ref>{{cite book|title=Budge's Egypt: A Classic 19th Century Travel Guide |last=Budge |first=E.A. Wallis |publisher=Courier Dover Publications |date=June 13, 2001 |page=123–128 |ISBN=0-486-41721-2}}</ref>
 
[[চিচিলি]] আৰু [[স্পেন]]ৰ মছজিদসমূহত সিহঁতৰ পূৰ্বৰ ভিছিগোথিক স্থাপত্যশৈলীৰ চিহ্নৰ মিল পোৱা নাযায়,বৰঞ্চ মোৰদৰ ইছলামী স্থাপত্যৰ প্ৰতিফলন দেখা যায়।<ref>{{cite web|url=http://www.muslimheritage.com/topics/default.cfm?ArticleID=278| title=Theoretical Issues of Islamic Architecture|collection-date=April 7, 2006|publisher=Foundation for Science Technology and Civilisation}}</ref>
"https://as.wikipedia.org/wiki/মছজিদ"ৰ পৰা অনা হৈছে