পিটাৰ জন ৰেটক্লিফ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
25 নং শাৰী:
 
১৯৮৯ চনত তেওঁ ৱেলকাম ট্ৰাষ্টৰ চিনিয়ৰ ফেল'শ্বিপ লাভ কৰি নিজৰ ক্ষেত্ৰ সলনি কৰি এক ননতুন পৰীক্ষাগাৰ স্থাপন কৰে। ইয়াত তেওঁ কোষৰ অক্সিজেন সংবেদনশীলতাৰ পথৰ ওপৰত গৱেষণা আৰম্ভ কৰে।<ref name="gairdner1"/>
==কৰ্মজীৱন==
১৯৮০ৰ দশকত গৱেষক সকলে হাইপ'ক্সিয়া হ'লে কোষীয় মৌলিক পৰিঘটনা সমূহৰ বিষয়ে অজ্ঞাত আছিল। ১৯৮৯ চনত এই ধাৰণা সলনি হ'ল। সেইসময়ত ডাঃ ৰেটক্লিফে লোহিত ৰক্ত কণিকাৰ উৎপাদন নিয়ন্ত্ৰণ কৰা ইৰিথ্র'প্ৰটিন নামৰ হৰমনৰ ওপৰত গৱেষণা কৰিবলৈ পৰীক্ষাগাৰ স্থাপন কৰিছিল। ইয়াৰ লগতে এই হৰমনে অক্সিজেনৰ অনুপস্থিতিত বৃক্কৰ কোষক উত্তেজিত কৰে।
 
ৰেটক্লিফৰ গোটে আৱিষ্কাৰ কৰিলে যে বৃক্কৰ কোষবিলাকৰ বাহিৰেও আন আন কোষ সমূহেও হাইপ'ক্সিয়াৰ সময়ত বিশেষ আচৰণ কৰে। বহুতো মানুহ আৰু আন জীৱৰ বহুতো কোষৰ ধৰণে অক্সিজেনৰ অভাৱত ইৰিথ্র'প্ৰটিন তো অন্যান্য জিনক সক্ৰিয় কৰে। ইয়াৰ ফলত ডাঃ ৰেটক্লিফ আৰু তেওঁৰ দলে অক্সিজেনৰ প্ৰতি সংবেদনশীল কোষৰ আণৱিক প্ৰক্ৰিয়াৰ শাৰীক চিনাক্ত কৰে। এই একেই বিক্ৰিয়াৰ পথে নতুন তেজৰ নলিকা সৃষ্টি কৰি কেঞ্চাৰৰ টিউমাৰক বৃদ্ধিত সহায় কৰে।
==বঁটা আৰু সন্মান==
ৰেটক্লিফে তেওঁৰ গৱেষণাৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল
 
* দা মিলনে-মিউৰেক ফাউণ্ডেচন বঁটা, ১৯৯১
* গ্ৰাহাম বুল বঁটা, ১৯৯৮
* দা ইণ্টাৰনেচেনেল ছ'চাইটি ফৰ ব্লাড পিউৰিফিকেচন বঁটা, ২০০২
* একাডেমী অফ মেডিকেল চাইন্সছৰ ফেল',
২০০২
* ৰয়েল ছ'চাইটিৰ ফেল' (২০০৬)
* এন ই.এম.বি.অ' ফেল'শ্বিপ, ২০০৬
* আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় বিদেশী সদস্যপদ, ২০০৭
* লুইছ জিনটেট প্ৰাইজ ফৰ মেডিচিন, ২০০৯<ref>{{cite web|url=http://www.wellcome.ac.uk/News/2009/News/WTX053976.htm |title=Wellcome Trust &#124; Wellcome Trust |publisher=Wellcome.ac.uk |date=2009-03-26 |accessdate=2014-01-02}}</ref><ref>{{cite web|url=http://www.ndm.ox.ac.uk/principal-investigators/researcher/peter-ratcliffe |title=Nuffield Department of Medicine - Prof Peter J Ratcliffe FRS |publisher=Ndm.ox.ac.uk |date= |accessdate=2014-01-02}}</ref>
* কানাডা গ্ৰেইডনাৰ ইণ্টাৰনেছনেল বঁটা, ২০১০<ref name="gairdner1"/>
* ২৪তম বাৰ্ষিক হৃদযন্ত্ৰৰ ওপৰত গৱেষণাৰ ৰবাৰ্ট জে. এণ্ড ক্লেৰী পাছাৰৌ ফাউণ্ডেচন বঁটা,
২০১১
* বেলি মেডেল, ৰয়েল কলেজ অফ ফিজিছিয়ান, ২০১১
* বাৰ্ষিক ৰিভিউ বঁটা, ফিজিঅ'লজিকেল ছ'চাইটি, ২০১৩
* ৱিলি প্ৰাইজ, ২০১৪
* চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা, ২০১৬
* মাছৰী প্ৰাইজ, ২০১৮<ref>{{cite web |title=Massry Prize 2018 – Keck School of Medicine of USC |url=https://keck.usc.edu/events/massry-prize-2018/ |accessdate=8 October 2019}}</ref>
* চিকিৎসা বিজ্ঞানৰ [[নোবেল বঁটা]], ২০১৯
 
২০১৪ চনত ক্লিনিকেল মেডিচিনত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে নাইট উপাধি প্ৰদান কৰা হৈছিল।<ref>{{London Gazette|issue=60728|supp=y|page=2|date=31 December 2013}}</ref>
==তথ্য উৎস==
{{reflist}}
 
==বাহ্যিক সংযোগ==
*[https://www.ndm.ox.ac.uk/principal-investigators/researcher/peter-ratcliffe অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ৱেবচাইটত পিটাৰ জন ৰেটক্লিফৰ বিষয়ে]