পিটাৰ জন ৰেটক্লিফ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
20 নং শাৰী:
'''ছাৰ পিটাৰ জন ৰেটক্লিফ''' (জন্ম: ১৪ মে' ১৯৫৪<ref>{{Cite book|url=https://doi.org/10.1093/ww/9780199540884.013.43812|title=Ratcliffe, Sir Peter (John) {{!}} WHO'S WHO & WHO WAS WHO|last=|first=|publisher=|year=|isbn=|location=|pages=|language=en|doi=10.1093/ww/9780199540884.013.43812}}</ref>) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০১৬ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ অধ্যাপক আৰু মুৰব্বী আছিল। ২০১৬ চনত তেওঁ ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউটৰ ক্লিনিকেল গৱেষণা নিৰ্দেশক হিচাপে নিযুক্ত হয়।<ref>{{Cite news|url=https://www.crick.ac.uk/research/a-z-researchers/researchers-p-s/peter-ratcliffe/|title=Peter Ratcliffe {{!}} The Francis Crick Institute|work=The Francis Crick Institute|access-date=2018-01-03}}</ref> ইয়াৰ লগতে তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ লোডৱিগ ইনষ্টিটিউট অফ কেঞ্চাৰ ৰিচাৰ্ছৰ সদস্য টাৰ্গেট ডিস্ক'ভাৰী ইনষ্টিটিউটৰ নিৰ্দেশক আছিল।<ref>[https://www.crick.ac.uk/research/find-a-researcher/peter-ratcliffe Crick Website]</ref>
 
তেওঁ হাইপ'ক্সিয়া বা অক্সিজেনৰ অভাৱত কোষত ঘটা বিক্ৰিয়া সমূহৰ অধ্যয়নৰ বাবে বিখ্যাত। ইয়াৰ বাবে তেওঁ [[উইলিয়াম কেলিন জুনিয়ৰ]] আৰু [[গ্ৰেগ লিয়নাৰ্ড চেমেনজা]]ৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ [[নোবেল বঁটা]] লাভ কৰে।<ref>{{Cite web|url=https://www.nobelprize.org/prizes/medicine/2019/summary/|title=The Nobel Prize in Physiology or Medicine 2019|website=NobelPrize.org|language=en-US|access-date=2019-10-07}}</ref>
 
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==